অসম

assam

By

Published : Jun 10, 2020, 11:59 AM IST

ETV Bharat / bharat

COVID-19 : ডিএমকেৰ বিধায়ক জে. আনবাজাগানৰ মৃত্যু

62 সংখ্যক জন্মদিনৰ দিনা COVID-19 ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ডিএমকেৰ বিধায়ক জে. আনবাজাগানে ৷ চেন্নাইৰ এখন হাস্পতালত বুধবাৰে চিকিৎসাধীন অৱস্থাতে বিধায়কগৰাকীৰ মৃত্যু হয় ৷

ডিএমকেৰ বিধায়ক জে. আনবাজাগান
ডিএমকেৰ বিধায়ক জে. আনবাজাগানৰ মৃত্যু

নেশ্যনেল ডেস্ক, 10 জুন : নিজৰ 62 সংখ্যক জন্মদিনৰ দিনা COVID-19 ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ডিএমকেৰ বিধায়ক জে. আনবাজাগানে ৷ চেন্নাইৰ এখন হাস্পতালত বুধবাৰে চিকিৎসাধীন অৱস্থাতে বিধায়কগৰাকীৰ মৃত্যু হয় ৷

ডিএমকেৰ বিধায়ক জে. আনবাজাগানৰ মৃত্যু

COVID-19 ত আক্ৰান্ত হোৱা বাবে ৰাজনৈতিক নেতাগৰাকীক ডঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেন্টাৰত 2 জুনৰ দিনা ভৰ্তি কৰোৱা হৈছিল ৷

উল্লেখ্য যে, চেন্নাইৰ চেপাউক সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল বিধায়ক জে. আনবাজাগানে ৷ তিনিবাৰৰ বিধায়কগৰাকীয়ে 2001, 2011 আৰু 2016 চনত নিৰ্বাচনত জয়ী হৈছিল ৷

লগতে পঢ়ক : সীমান্ত বিবাদ : ভাৰতৰে বৈঠকৰ বাবে অপেক্ষাৰত নেপাল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details