অসম

assam

ETV Bharat / bharat

নয়ডাত প'লিথিন ব্যৱহাৰৰ বিৰুদ্ধে তদন্ত প্ৰশাসনৰ

নয়ডাত প'লিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত ৷ নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷

By

Published : Dec 13, 2019, 1:29 PM IST

য়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত
য়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ:নয়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত ৷ চহৰখনৰ দণ্ডাধীশে এটা দলৰ সৈতে চেক্টৰ 48ৰ বজাৰত চলোৱা এক তালাচীত বিক্ৰেতাসকলৰ ওচৰত অধিক পৰিমাণৰ পলিথিন উদ্ধাৰ কৰে ৷ পলিথিন উদ্ধাৰৰ পিচতে দণ্ডাধীশ শৈলেন্দ্ৰ মিশ্ৰাই বজাৰখনৰ সঞ্চালকৰ বিৰুদ্ধে এক মোকৰ্দমা জাৰি কৰাৰ লগতে 4জন লোকক গ্ৰেপ্তাৰ কৰে ৷

ভংগ কৰা 4জন লোকক গ্ৰেপ্তাৰ

উল্লেখ্য যে, পলিথিন ব্যৱহাৰক লৈ জিলা প্ৰশাসনে একেৰাহে অব্যাহত ৰাখিছে তদন্ত ৷ জিলা দণ্ডাধীশ বি.এন সিঙৰ নিৰ্দেশনা মৰ্মে সাপ্তাহিক বজাৰ ব্যৱস্থাপকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ চহৰ খনৰ দণ্ডাধীশৰ মতে,পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে তদন্ত অব্যাহত থাকিব ৷ নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷

য়ডাত পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনৰ তদন্ত

লগতে পঢ়ক:দৰঙৰ আউলাচৌকাত আৰক্ষীৰ গুলীচালনাত আহত 1

ABOUT THE AUTHOR

...view details