অসম

assam

ETV Bharat / bharat

খাৰুৱা তেল শোধন কৰাৰ ক্ষমতা সম্পৰ্কত ধৰ্মেন্দ্ৰ প্ৰধানৰ মন্তব্য

শেহতীয় অধ্যয়ন মতে ভাৰতক প্ৰয়োজন হ’ব 450 মিলিয়ন মেট্ৰিক টন প্ৰতি বছৰ(MMTPA) শোধন কৰা ক্ষমতা ৷ তেওঁ কয় যে ভাৰতে যদি খাৰুৱা তেল শোধন কৰা প্ৰযুক্তিত বিনিয়োগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে খাৰুৱা তেল আৰু শোধন সামগ্ৰী দুয়োবিধ সামগ্ৰী আমদানি কৰিব লগা হ’ব ভাৰতে ৷

ভাৰতক প্ৰয়োজন হ’ব 450 মিলিয়ণ মেট্ৰিক টণ প্ৰতি বছৰ(MMTPA) শোধন কৰা ক্ষমতা: ধৰ্মেন্দ্ৰ প্ৰধান

By

Published : Jul 20, 2019, 1:50 PM IST

নিউজ ডেস্ক, 20 জুলাই: শুকুৰবাৰে এক অনুষ্ঠানত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে প্ৰতি বছৰে ভাৰতৰ এতিয়া খাৰুৱা তেল শোধন কৰা ক্ষমতা আছে 250 মিলিয়ণ মেট্ৰিক টন (MMTPA) ৷ শেহতীয় অধ্যয়ন মতে ভাৰতক প্ৰয়োজন হ’ব 450 মিলিয়ন মেট্ৰিক টন প্ৰতি বছৰ(MMTPA) শোধন কৰা ক্ষমতা ৷ তেওঁ কয় যে ভাৰতে যদি খাৰুৱা তেল শোধন কৰা প্ৰযুক্তিত বিনিয়োগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে খাৰুৱা তেল আৰু শোধন সামগ্ৰী দুয়োবিধ সামগ্ৰী আমদানি কৰিব লগা হ’ব ভাৰতে ৷

ভাৰতক প্ৰয়োজন হ’ব 450 মিলিয়ণ মেট্ৰিক টণ প্ৰতি বছৰ(MMTPA) শোধন কৰা ক্ষমতা: ধৰ্মেন্দ্ৰ প্ৰধান

ABOUT THE AUTHOR

...view details