অসম

assam

ETV Bharat / bharat

ইটানগৰত ভূমিস্খলন : খহি পৰিল বিদ্যুৎ পৰিবাহী খুঁটা

ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ইটানগৰস্থিত পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খহি যোৱাৰ লগতে খহি পৰে বিদ্যুৎ পৰিবাহী খুঁটা আৰু ট্ৰান্সফৰ্মাৰ  । ভূমিস্খলনত আহত হোৱা নাই কোনো লোক ৷

ARUNACHAL

By

Published : Jun 18, 2019, 8:30 PM IST

গুৱাহাটী ,18 জুন : অৰুণাচল প্ৰদেশৰ ইটানগৰত ভূমিস্খলন । হঠাতে খহি পৰিল ৰাজধানী ইটানগৰৰ পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল। ৰাজ্যখনত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ইটানগৰ স্থিত পেন্টালোনচৰ বজাৰৰ চাৰিবেৰৰ এখন পকী দেৱাল খহি যোৱাৰ লগতে খহি পৰে বিদ্যুৎ পৰিবাহী খুঁটা আৰু ট্ৰান্সফৰ্মাৰ । ভূমিস্খলনত আহত হোৱা নাই কোনো লোক ৷

খহি পৰিল বিদ্যুত পৰিবাহী খুটা

ABOUT THE AUTHOR

...view details