অসম

assam

ETV Bharat / bharat

বিস্কুট ফেক্টৰীৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক

ৰায়পুৰ অঞ্চলৰ পৰা শিশু সুৰক্ষা বিষয়াই শুকুৰবাৰে উদ্ধাৰ কৰে 26 টাকৈ শিশু শ্ৰমিকক

বিস্কুট ফেক্টৰীৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক

By

Published : Jun 15, 2019, 9:33 AM IST

Updated : Jun 18, 2019, 10:57 AM IST

ৰায়পুৰ,15 জুন : ছত্তিশগড়ৰ এটা বিস্কুটৰ ফেক্টৰীৰ পৰা উদ্ধাৰ 26 জনকৈ শিশু শ্ৰমিক ৷ ৰায়পুৰ অঞ্চলৰ পৰা শিশু সুৰক্ষা বিষয়াই শুকুৰবাৰে উদ্ধাৰ কৰে শিশু শ্ৰমিক কেইটি ৷

নিম্ন মজুৰিৰ বাবদ বিস্কুট নিৰ্মাণৰ কামত শিশুকেইজনক খটুৱাই ৰাখিছিল ফেক্টিৰীটোৰ স্বত্বাধিকাৰীয়ে ৷ উদ্ধাৰৰ পাচতে শিশুকেইটাক নিজ-নিজ বাসগৃহলৈ লৈ যোৱা হয় বুলি জানিবলৈ দিয়ে ৰায়পুৰৰ শিশু সুৰক্ষা বিষয়া এন শংকৰে ৷ শনিবাৰে অৰ্থাৎ আজি শিশুকেইটাৰ মতামত বুজি বিস্কুট ফেক্টৰীটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল'ব বুলিও জানিবলৈ দিয়ে শিশু সুৰক্ষা বিষয়াজনে ৷

Last Updated : Jun 18, 2019, 10:57 AM IST

ABOUT THE AUTHOR

...view details