SI কাণ্ড : নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ ব্যক্তি আটক
SI কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ নলবাৰীৰ পৰা আটক এজনক ৷ আটকাধীন কমল হাজৰিকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ ৷
জিলা প্ৰশাসনক হাই এলাৰ্ট জাৰী তেলেংগানা চৰকাৰৰ
তেলেংগানাৰ মুখ্য সচিব সোমেশ কুমাৰে সকলো জিলা কালেক্টৰ, আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু সকলো জিলা প্ৰশাসনকে সজাগ হৈ থাকিবলৈ সতৰ্ক কৰি দিছে ৷ প্ৰচুৰ বৃষ্টিপাতৰ ফলত বানৰ কৱলত পৰিছে তেলেংগানা ৷
অসমৰ সীমাত থকা বনাঞ্চলত বেদখল মিজোৰ
লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল, আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল ।
চৰকাৰে প্ৰতিবন্ধী সকলক মাহী আইৰ দৃষ্টিৰে চাইছেঃ নৃপেন মালাকাৰ
সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি চেকচন এচিষ্টেণ্ট পদৰ বাবে সংৰক্ষিত প্ৰতিবন্ধী সকলৰ আসন সমূহ নিৰ্দিষ্টকৈ প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবন্ধী সমাজ ৷ তেওঁলোকৰ অভিযোগ ৰাজ্য চৰকাৰে প্ৰতিবাৰে প্ৰতিবন্ধী লোকসকলক তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷
ভাৰতীয় ভূতত্ব জৰীপ বিভাগৰ নতুন পদক্ষেপ
ভাৰতীয় টেকটোনিক প্লেটৰ গতিবিধি পর্যবেক্ষণ কৰাৰ লগতে ভূমিকম্প সম্ভাৱনীয়তা থকা মণ্ডল সমূহ চিনাক্ত কৰি চাপৰ মানচিত্ৰ (strain map) তৈয়াৰ কৰিছে ভাৰতীয় ভূতত্ব জৰীপ বিভাগে ।