মেষ ৰাশি : শুভ বাৰ্তা লাভ ৷ দিনটো প্ৰায় সফল ৷ বহু ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ ভাল বন্ধু লাভ ৷ প্ৰেমত মধ্যমীয়া ৷ প্ৰশংসা লাভ ৷
বৃষ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ ব্যৱসায়ত সফল ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুতো লাভ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ আজি ভাগ্য ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মিথুন ৰাশি : আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব লাগিব পাৰে ৷ কাৰোবাৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সেয়ে শান্ত হৈ কৰ্ম কৰক ৷ সন্তানৰ স্বাস্থ্য যত্ন লওক ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি : খৰচ বৃদ্ধি ৷ কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও প্ৰায় সফল হʼব ৷
সিংহ ৰাশি : দিনটো কিছু কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷
কন্যা ৰাশি :বহুতে বহু পৰামর্শ দিব পাৰে, সেই পৰামর্শবোৰ ভাল হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ লক্ষ্যত প্ৰায় সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷