মেষ ৰাশি : সন্তানৰ স্বাস্থ্য যত্ন লওক ৷ সন্তানক ভাল শিক্ষা দিয়ক ৷ বন্ধুৰ লগত পাৰ্টী হ’ব পাৰে ৷ সন্তানৰ সফলতাৰ বাবে দিনটো আনন্দময় হʼব ৷
বৃষ ৰাশি :দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ মানসিক চিন্তা হʼব পাৰে ৷ ভাগ্য প্ৰায় ভাল ৷
মিথুন ৰাশি :দিনটো মধ্যমীয়া ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷ আনন্দিত ফল লাভ ৷ প্ৰশংসা লাভ ৷
কৰ্কট ৰাশি :ৰোগ-পীড়া হ’ব পাৰে ৷ স্বাস্থ্যৰ ভালদৰে যত্ন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ নতুন আজ্ঞা পালন কৰক ৷
সিংহ ৰাশি :টকা-পইচাৰ নিশ্চিতি হʼব ৷ ন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল ৷ কাম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
কন্যা ৰাশি : স্বাৰ্থ সৃষ্টিকৰ্তা হিচাবে প্ৰকাশ কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ সন্ধিয়াটো প্ৰায় ভাল হʼব ৷ ন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
তুলা ৰাশি : প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷
বৃশ্চিক ৰাশি : খেলুৱৈ, অভিযন্তাৰ বাবে আজি শুভ দিন ৷ নাম আৰু সুনাম হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
ধনু ৰাশি :আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্কত থকা সকলৰ মাজত পাৰ্টী হʼব ৷
মকৰ ৰাশি :নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ শিক্ষার্থীৰ বাবে উত্তম ফল লাভ ৷ নতুন শিক্ষা অধ্যয়ন কৰিব পাৰিব ৷
কুম্ভ ৰাশি :দিনটো সক্ৰিয় হৈ থাকিব ৷ লক্ষ্যত সফল ৷ ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধিৰ যোগ ৷ বিবাহিতসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ সুস্থিৰে ড্ৰাইভ কৰিব ৷
মীন ৰাশি :বহুজনৰ পৰা বহু পৰামর্শ পাব, কিন্তু সেই পৰামর্শবোৰ ভাল হʼব ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷