thumbnail

By

Published : Mar 16, 2022, 9:00 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

Bike theft in Rangia: মালিকে চাই থাকোতেই চোৰে লৈ গ’ল বাইক

মালিকে চাই থাকোতেই বাইক লৈ পলাল চোৰ (Thief at rangia)৷ ৰঙিয়াত সংঘটিতত হ’ল এই ঘটনা ৷ ৰঙা-ক’লা ৰঙৰ য়ামাহা আৰ-15 বাইকখন ৰাখি দোকানৰ ভিতৰত চিচি কেমেৰাৰ ফুটেজ চাই আছিল চুৱেব চুলতান নামৰ যুৱকজনে ৷ হঠাৎ দেখা পালে যে, তেওৰ বাইকখন হেলমেট পৰিহিত কোনোবা এজনে লিৰিকি-বিদাৰি চাই আছে ৷ দোকানৰ ভিতৰৰ পৰা ওলাই গৈ দেখে বাইকখন চোৰে লৈ গৈ আছে ৷ স্কুটি এখন লৈ খেদি গৈছিল যদিও চোৰ, বাইক একোৱেই ধৰিব নোৱাৰিলে চুৱেব চুলতানে ৷ বিষয়টো ৰঙিয়া আৰক্ষীক জনালে বাইকখনৰ মালিকে, চোৰৰহে শুংসূত্ৰ নাই এতিয়ালৈকে ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.