ETV Bharat / sukhibhava

আমেৰিকাত Novavax ক’ভিড ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন

author img

By

Published : Aug 22, 2022, 10:25 PM IST

জৰুৰীকালীন ব্যৱহাৰৰ বাবে Novavax Covid 19 Vaccineৰ অনুমোদন । ১২-১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ বাবে ন’ভাভেক্স ক’ভিড-১৯ ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে(Novavax Covid-19 vaccine Adjuvanted gets expanded) ।

novavax-covid-19-vaccine-adjuvanted-gets-expanded-approval-in-us
আমেৰিকাত Novavax ক’ভিড ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন

নিউজ ডেস্ক, 22 আগষ্ট: Novavax Covid-19 Vaccineৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন । ১২-১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ বাবে ন’ভাভেক্স ক’ভিড-১৯ ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (Novavax Covid-19 vaccine Adjuvanted gets expanded) । আমেৰিকাৰ কোম্পানীটোৱে জনোৱা মতে, আমেৰিকাত অনুমোদন লাভ কৰা প্ৰথমটো প্ৰ’টিন ভিত্তিক Covid-19 jab হৈছে এই ভেকচিন ।

কোম্পানীটোৱে লক্ষ্য কৰিছে যে, Centers for Disease Control and Prevention's (CDC)ৰ পৰামৰ্শসমূহ কিশোৰ-কিশোৰীসকলৰ ব্যৱহাৰৰ বাবে উপযুক্ত মাত্ৰাত উপলব্ধ । ২০২২ চনৰ জুলাই মাহত FDAয়ে ১৮ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত দুটা মাত্ৰাৰ প্ৰাথমিক শৃংখলাৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰে, আৰু CDC ৰ পৰা অনুমোদন আৰু প্ৰতিষেধক পদ্ধতিৰ ওপৰত চিডিচিৰ পৰামৰ্শদাতা সমিতিৰ পৰামৰ্শ লাভ কৰে ।

লগতে পঢ়ক : সমগ্ৰ বিশ্বতে মাংকিপক্সক লৈ ল'বলগীয়া সাৱধানতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.