ETV Bharat / sukhibhava

Daily Horoscope For 7th October: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 7th October 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:32 AM IST

মেষ ৰাশি: আজি হয়তো আপুনি প্ৰচণ্ড আৱেগিক হৈ থাকিব ৷ দিনটোৰ সৰহ ভাগ সময় আপুনি অজস্ৰ দুশ্চিন্তাৰ মাজত থাকিব ৷ আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ ক্ষতি কৰিব পাৰে এনেকুৱা পৰিস্থিতিৰ পৰা দূৰত থাকক ৷ আজি কোনো নতুন উদ্যোগ লৈ কাম আৰম্ভ কৰিলে শেষত সেয়া সফল নহ’বও পাৰে ৷ নতুন কিবা কাম কৰিবলগীয়া থাকিলে সেয়া বেলেগ দিনা কৰক ৷

বৃষ ৰাশি: আৰ্থিক উৎসৰ ব্যৱস্থা কৰিবলৈ যাওঁতে প্ৰথমত অলপ সমস্যাত পৰিলেও শেষত আপুনি সেই পৰিস্থিতিক সফলভাৱে চম্ভালি ল’ব পাৰিব ৷ ক’ৰবাত বিনিয়োগ কৰাৰ আগতে নিশ্চিত হৈ লওঁক যে, আপুনি নিজৰ কষ্টেৰে অৰ্জন কৰা ধন সঠিক ঠাইতে বিনিয়োগ কৰি আছে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ আৰু শান্তিপূৰ্ণ পৰিবেশ চলি থাকিব ৷ আজি আপুনি নিজৰ কামক উপভোগ কৰিব পাৰে ৷ সম্ভৱ হ’লে আজি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰি দিয়ক, কিয়নো আপোনাৰ গ্ৰহ আজি অনুকূল ৷ সন্ধিয়াটো উপভোগ কৰাৰ কাৰণে পুৰণি বন্ধুসকলক লগ কৰক ৷ আপোনাৰ স্বাস্থ্য বহুত ভাল থাকিব যেন লাগিছে ৷ আজিৰ এই সুন্দৰ দিনটোক যিমান পাৰে সদ্ব্যৱহাৰ কৰক ৷

মিথুন ৰাশি: দিনটো শুভ ৷ পৰিয়ালৰ সৈতে ৰোমাঞ্চকৰ ভ্ৰমণৰ যোগ ৷ আপোনাৰ ছুটী কটোৱাৰ বাবে এয়া অতি সুন্দৰ এক উপায় ৷ সঞ্চয় কৰা ধন সাৱধানে খৰচ কৰিব, কাৰণ আজি আপুনি প্ৰয়োজনৰ তুলনাত অধিক ধন ব্যয় কৰিবলগীয়া হ’ব পাৰে ৷ অপ্ৰত্যাশিত ধনলাভৰ সম্ভাৱনা থাকিলেও দিনৰ দ্বিতীয়াৰ্ধত ব্যয় বৃদ্ধি হ’ব পাৰে ৷ বিনিয়োগ কৰাৰ সময়ত সাৱধানে কৰিব ৷ আপোনাৰ সহকৰ্মীসকলে সহযোগিতা আগবঢ়াব পাৰে ৷ কৰ্মক্ষেত্ৰতো আপোনাৰ দিনটো আজি বৰ ভালদৰে পাৰ হ’ব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ অনুকূলত নাই যেন লাগিছে ৷ কিন্তু এনেকুৱা অৱস্থা কেৱল দিনৰ প্ৰথমভাগতহে থাকিব ৷ আপোনাৰ প্ৰয়োজনৰ তুলনাত অধিক খৰচ হৈ যাব পাৰে ৷ যাৰ ফলত আপুনি চিন্তাত থাকিব ৷ সাৱধানে থাকক, কিয়নো আপোনাৰ এই দুশ্চিন্তাই আপোনাৰ ক্ষতি কৰিব পাৰে ৷ মনৰপৰা নেতিবাচক চিন্তা দূৰ কৰক ৷

সিংহ ৰাশি: দীঘলীয়া এটা উশাহ লৈ আৰাম কৰক ৷ অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ কাৰণে আপোনাৰ আজি বিৰক্তি লাগি থাকিব পাৰে ৷ মনটোক প্ৰফুল্ল ৰাখক, আজি সন্ধিয়া অনানুষ্ঠানিকভাৱে পাৰিৱাৰিক নৈশভোজৰ পৰিকল্পনা কৰিব, ইয়াৰ বাবে আপোনাৰ টকা হয়তো খৰচ হ’ব কিন্তু আপোনাৰ কাৰণে এইটো ভালহে হ’ব ৷

কন্যা ৰাশি: দিনটো শুভ ৷ ব্যৱসায়ীসকলৰ কাৰণে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ কাৰণ তেওঁলোকে প্ৰাপ্য ধন পাব পাৰে ৷ পেছাদাৰসকলৰ কাৰণেও আজিৰ দিনটো লাভদায়ক ৷ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব পাৰে, যাৰ ফলত পৰিয়ালৰ লোকে আপোনাক লৈ গৰ্ব অনুভৱ কৰিব ৷ নিজৰ মনক বেলেগ দিশত লৈ যাবলৈ আৰু সামান্য সকাহ পাবলৈ একমাত্ৰ উপায় হ’ল ধ্যান ৷

তুলা ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ আপোনাৰ স্বাস্থ্য আজি অত্যন্ত ভাল থাকিব কাৰণে কামত আপুনি বৰ ভাল ফল কৰি দেখুৱাব পাৰে ৷ যাৰ ফলত আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সম্ভাৱনাৰ উমান পাব আৰু আপোনাৰ পদোন্নতি হ’ব পাৰে বুলি ভাবিব ৷ এয়া সমাজত আপোনাৰ সন্মান আৰু মৰ্যাদাৰ ক্ষেত্ৰত লাভদায়ক বুলি প্ৰমাণ হ’ব ৷ আইন সম্বন্ধীয় বিষয় আৰু চৰকাৰী কাম-কাজো ইতিবাচকভাৱে সম্পন্ন হ’ব যেন লাগিছে ৷ সময়টো বিনিয়োগৰ কাৰণেও ভাল ৷ আপোনাৰ পত্নী আৰু সন্তান আপোনাৰ বাবে অনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ উপৰিও আপোনাৰ বন্ধুসকেলও আপোনাৰ দিনটোক ফলদায়ক কৰি তুলিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ দিনটো মধ্যমীয়া ৷ আপোনাৰ শত্ৰু আৰু প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ আপুনি এয়া বুজি পাব হয়তো যে আপোনাক বোকা দলিওৱা ৰাজনীতিত টানি লৈ যোৱা হৈ আছে ৷ ব্যৱসায় আৰু কাৰ্যালয়তো আপুনি প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব পাৰে ৷ অৱশ্যে দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি আশাৰ ৰেঙনি দেখিব পাৰে ৷ সন্তানৰ সৈতে আপোনাৰ সমীকৰণ ইতিবাচক নহয়, যিমান সোনকালে পাৰে মতবিৰোধ আঁতৰাই পেলাওঁক ৷ এয়া আপোনাৰ ঘৰৰ পৰিৱেশক উন্নত কৰি তুলিব পাৰে ৷

ধনু ৰাশি: আজিৰ দিনটো হ’ল সাৱধানতা অৱলম্বন কৰাৰ দিন ৷ আজি আপোনাৰ খং উঠি থাকিব, বিৰক্ত হৈ থাকিব আৰু অস্থিৰ হৈ থাকিব ৷ এইবোৰ আপোনাৰহে বিৰুদ্ধত যাব পাৰে ৷ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু নতুন কাম আৰম্ভ কৰাৰপৰা বিৰত থাকক ৷ আপুনি যিমানেই কষ্ট কৰি কাম নকৰক কিয় তাৰ প্ৰতিফলন কামত দেখিবলৈ পোৱা নাযাব ৷ এয়া আপোনাৰ ঊৰ্ধ্বতনসকলক অসন্তুষ্ট কৰিব ৷ শত্ৰু আৰু প্ৰতিযোগীসকলৰপৰা সতৰ্ক থাকক ৷ সন্তানৰ কাৰণে দুশ্চিন্তা হ’ব পাৰে ৷ মুঠতে, আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷

মকৰ ৰাশি: দিনটো শুভ ৷ সমাজে আপোনাৰ প্ৰতি মনোযোগী হ’ব, এয়া আপুনি উপভোগ কৰিব ৷ ক’ব গ’লে এই অনুভৱ আপোনাক তজবজীয়া কৰি ৰাখিব ৷ অৱশ্যে দিনৰ দ্বিতীয়াৰ্ধত আপোনাৰ গ্ৰহবোৰে ঘনে ঘনে সলনি হৈ থাকিব পাৰে ৷ আপোনাৰ শান্ত মন আগ্ৰাসী হৈ উঠিব পৰা পৰিস্থিতিও সৃষ্টি হ’ব পাৰে ৷ এই বিষয়ত সতৰ্ক থাকক ৷ সতৰ্ক নহ’লে সহকৰ্মী বা পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ বিবাদৰ সৃষ্টি হ’ব পাৰে ৷ আৰ্থিক ব্যয়ৰ যোগ আছে ৷ ধ্যান কৰক ৷ তেতিয়া আপুনি হতাশা আৰু নেতিবাচক মনোভাৱ এৰাই চলিব পাৰিব ৷

কুম্ভ ৰাশি: আজিৰ দিনটো এটা বিৰল দিন ৷ এই দিনটোৰ অপেক্ষাতেই আপুনি ৰৈ আছিলে ৷ আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থাও ইতিবাচক হৈ থাকিব ৷ সন্ধিয়া বন্ধুসকলৰ সৈতে হাঁহি ফুৰ্তিৰে কটাওতে এক ভাল অভিজ্ঞতা লাভ কৰিব ৷ বন্ধুসকলৰ সৈতে বাহিৰত খাবলৈ যাওঁক বা বোলছবি চাবলৈ যাওঁক ৷ সন্ধিয়াটো কটোৱাৰ বাবে নিখুঁত এটা পৰিকল্পনা কৰক ৷

মীন ৰাশি: আপুনি যদি ভাবি আছে যে অৱস্থাৰ পৰিৱৰ্তন হৈ ভাল কিবা হওক, তেতিয়া হ’লে আজি সেই সুযোগ আছে ৷ কাৰণ আজিৰ দিনটোৱে আপোনাৰ বাবে কঢ়িয়াই লৈ আনিছে বহু সুখ আৰু শান্তি ৷ আজি আপুনি শিল্পকলা, নৃত্য বা সাহিত্য ইত্যাদি সৃজনশীল ক্ৰিয়াকলাপৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷ আপোনাৰ দৈনন্দিন জীৱনৰ ৰসহীনতাৰ মাজত নতুন সোঁত কঢ়িয়াই লৈ আহিব প্ৰিয়জনৰ সৈতে হোৱা সাক্ষাতৰ ফলত ৷ ঘৰৰ পৰিৱেশ বৰ ভাল নাথাকিব ৷ পঢ়ুৱৈসকলৰ কাৰণে আজিৰ দিনটো ভাল ৷ তেওঁলোকৰ কষ্ট অথলে নাযাব ৷ আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ আপোনাৰ পৰি থকা কামবোৰ আজি হয়তো আপুনি শেষ কৰি পেলাব ৷ অৱশ্যে আপুনি নিজৰ খং ভাৱ আৰু ৰুক্ষ কথা-বতৰাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, কিয়নো এয়া আপোনাৰ বাবে প্ৰতিকূল অৱস্থাৰ সৃষ্টি কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.