ETV Bharat / sukhibhava

Daily Horoscope For 29th September: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 29th September 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:01 AM IST

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ ৷ আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব ৷ লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ ঘৰৰ অসাধাৰণ পৰিৱেশত পৰিয়ালৰ সৈতে ভাল সময় কটাই আপুনি সম্পূৰ্ণ উজ্জীৱিত হৈ উঠিব ৷ সামাজিকভাৱে অনানুষ্ঠানিক মিলামিচা বা আনন্দ-অনুষ্ঠানৰ যোগ আছে ৷ আজিৰ সময়টো ভাল, ইয়াৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু প্ৰতিটো মুহূৰ্তক উপভোগ কৰক ৷ মাতৃৰ ফালৰ পৰা সুসংবাদ পাব ৷

বৃষ ৰাশি: সাৱধান! আজি গোটেই দিনটো সতৰ্ক হৈ থাকক ৷ আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে, অসুস্থতাৰ বাবে বা চকু ফুলি উঠাৰ বাবে ৷ পৰিয়ালৰ লোকৰ আগ্ৰাসী আচৰণৰ মুখত পৰিব পাৰে, যাৰ ফলত কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ আজি যি কাম হাতত ল’ব সেয়া শেষ নোহোৱাকৈ থাকি যাব ৷ খৰছ কৰাৰ সময়ত সাৱধানে থাকিব, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ৷ যি হওক, কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ সাৱধানে থাকিব, কিয়নো আপুনি দুৰ্ঘটনাত পৰিব পাৰে, বা ক’ৰবাত উজুটি খায়ো পৰিব পাৰে ৷

মিথুন ৰাশি: আজিৰ দিনটোৱে আপোনাৰ বাবে বহুত লাভ কঢ়িয়াই আনিব ৷ অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে ৷ আৰ্থিক লাভৰ কাৰণেও আজিৰ দিনটো ভাল ৷ বন্ধুসকলক লগ ধৰি তেওঁলোকৰ সৈতে উপহাৰ আদান প্ৰদান কৰিলে সেয়া ফলদায়ক হ’ব ৷ সকলো ফালৰ পৰা ভাল হ’ব এতিয়া ৷ পত্নী আৰু আৰু সন্তান আপোনাৰ বাবে ভাগ্যশালী প্ৰমাণিত হোৱাৰ উপৰিও আপুনি আজি সুখাদ্য ভোজন কৰিব পাৰে ৷ সন্তানৰ পৰা সু-সংবাদ পাব পাৰে ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব ৷ আজিৰ এই ফলদায়ক দিনটোক সম্পূৰ্ণ সদব্যৱহাৰ কৰক ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে বিভিন্ন ধৰণৰ সুযোগ আহি আছে ৷ আজি সকলো কাম সফলভাৱে সম্পন্ন হ’ব ৷ আপুনি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব আৰু তেওঁলোকে আপোনাৰ কামত সুখী হ’ব ৷ আজি পদোন্নতিৰ যোগ আছে ৷ ঘৰত পৰিয়ালৰ লোকৰ সৈতে কথা পাতি আপুনি ভাল পাব আৰু ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে আপুনি নতুনকৈ কিবা কৰিব পাৰে ৷ আজি আপোনাৰ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্য ইতিবাচক আৰু মাতৃৰ সৈতে সম্পৰ্কক লৈ চিন্তা কৰিব ৷ চৰকাৰী কামৰপৰা সুবিধা পোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷

সিংহ ৰাশি: আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক ৷ আজি আপোনাৰ গ্ৰহ অনুকূল অৱস্থানত নাই ৷ আপুনি আজি অজস্ৰ সমস্যাত পৰিব পাৰে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ দৰৱ কিনাৰ নাম আৰু ডাক্তৰক দেখুওৱাৰ নামত আপোনাৰ খৰছ বাঢ়িব ৷ পৰিয়ালৰ লোকৰ সৈতে ধৈৰ্য খৰি কথা পাতক আৰু তেওঁলোকৰ সৈতে বুজাবুজিৰে চলক ৷ সন্দেহজনক আৰু অস্পষ্ট কামকাজত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷

কন্যা ৰাশি: সামাজিক স্বীকৃতি আৰু ৰাজহুৱা সন্মান বৃদ্ধিৰ যোগ আছে ৷ আজি আপুনি নতুন কাপোৰ আৰু সাজপাৰৰ আনুষংগিক বস্ত ক্ৰয়ৰ নামত ব্যস্ত থাকিব ৷ আজি আপুনি নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে ৷ অংশীদাৰ, সহকৰ্মীৰ সৈতে বহুত ভাল সম্পৰ্ক গঢ়ি উঠিব আপোনাৰ ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’লেও তাৰ বাবে অধিক সময়লৈকে মন বেয়া হৈ নাথাকিব, দুয়োজনৰ মাজত ঘনিষ্ঠতা আকৌ বৃদ্ধি পাব ৷

তুলা ৰাশি: পৰিয়ালৰ লোকৰ সৈতে সুখ আৰু শান্তিৰে থাকি আপুনি পৰিতৃপ্ত আৰু সন্তুষ্ট হৈ থাকিব ৷ সহকৰ্মী আৰু সতীৰ্থৰপৰা সহযোগিতা লাভ কৰিব আৰু তেওঁলোকে আপোনাৰ প্ৰতি ভাল সঁহাৰি জনাব ৷ আপোনাৰ যোগ্যতাৰ প্ৰাপ্য স্বীকৃতি পাব আৰু তাৰ পুৰস্কাৰো পাব ৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব ৷ শত্ৰু আৰু প্ৰতিযোগীসকল পৰাস্ত হ’ব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো মিশ্ৰ ভাগ্যৰ ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত ভাল কৰিব ৷ অৱশ্যে নতুন কোনো কাম বা প্ৰকল্প হাতত আজি নোলোৱাই ভাল ৷ আৰ্থিক দিশত আপোনাৰ প্ৰয়াস সুফল প্ৰদান কৰিব পাৰে ৷ শ্বেয়াৰ বজাৰক লৈ অনুমান কৰি বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ সম্ভৱ হ’লে ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ৷

ধনু ৰাশি: আজি আপুনি দিনটো বিষণ্ণ হৈ থাকিব ৷ অস্থিৰতা আৰু হতোদ্যম ভাৱ এৰাই চলিব নোৱাৰিব ৷ পৰিয়ালৰ লোকৰপৰা উষ্ম আন্তৰিকতা নাপাব আৰু তেওঁলোকৰপৰা কোনো সঁহাৰিও নাপাব ৷ সাংসাৰিক পৰিৱেশক হতাশাই আগুৰি ধৰিব ৷ নিজৰ আত্মসন্মানক নষ্ট হ’বলৈ নিদিব ৷ ক্ষয়-ক্ষতিৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ গাড়ী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ তৈয়াৰ কৰাৰ সময়ত সতৰ্ক থাকক আৰু সৎ প্ৰয়াস বৰ্তাই ৰাখক ৷

মকৰ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো বৰ ভাল ৷ আপোনাৰ দৈনন্দিন কাম-কাজ আৰু ব্যৱসায়ৰ পৰিৱেশ আনন্দদায়ক আৰু সহযোগিতাপূৰ্ণ হৈ থাকিব, যাৰ পৰিণতি হ’ব সন্তোষজনক ৷ গ্ৰহৰ অৱস্থানে কয়, জাগতিক আৰু আধ্যাত্মিক দিশত বন্ধুসকলে সহায়তা আৰু সহযোগিতা আগবঢ়াব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ শিক্ষকসকলে নিজৰ কাম অনায়াসত কৰি যাব পাৰিব ৷

কুম্ভ ৰাশি: সকলো প্ৰকাৰ কাজিয়া-বিবাদৰ পৰা দূৰত থাকক ৷ ধৰ্মীয় কামকাজত খৰছ কৰাৰ বাবে সাজু থাকক ৷ ঘৰোৱা সুখ আৰু শান্তি বিঘ্নিত হ’ব পাৰে ৷ ব্যৰ্থতা আৰু হতাশাই আগুৰি ধৰিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ এইবোৰৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ উপৰত পৰিবলৈ নিদিব ৷

মীন ৰাশি: আজিৰ দিনটো শুভ আৰু ঘটনাবহুল হৈ উঠিব ৷ আজি আপুনি সজীৱতা আৰু ইতিবাচক মনোভাৱেৰে পৰিপূৰ্ণ হৈ উঠিব ৷ নতুন প্ৰকল্প আৰু চিন্তাধাৰাক বাস্তৱায়িত কৰাৰ দিন আজি ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে নৈশভোজ উপভোগ কৰিব পাৰে ৷ ধনাগমৰ সম্ভাৱনা আছে ৷ ব্যয়বহুল্যৰ ইংগিত আছে ৷ ধৰ্মীয় কাৰ্যকলাপ আৰু সৰু-সুৰা ভ্ৰমণ হ’ব পাৰে ৷ কোনো প্ৰয়াস সফল হোৱাৰ সম্ভাৱনা আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.