ETV Bharat / sukhibhava

Daily Horoscope For 14th September: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 12:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 14th September 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো শুভ ৷ যিটো আপোনাৰ আৰু আনৰ বাবেও লাভজনক হ’ব । লিখক আৰু শিল্পীসকলৰ বাবে শুভ দিন । ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক হ’ব । মধ্যাহ্নৰ পিছত, মানসিক অস্থিৰতা আৰু উত্‍সাহৰ অভাৱ দেখা পাব পাৰে। বন্ধুবৰ্গৰ লগত এটা চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । বিত্ত বিষয়ক পৰিকল্পনা সুচাৰু ৰূপে কৰিব পাৰিব আৰু পৰিয়ালৰ লগত আনন্দেৰে সময় কটাব পাৰিব ।

বৃষ ৰাশি: দিনটো শুভ । আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে । মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব; পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাওক । দুপৰীয়াৰ পিছত সামাজিক কাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সমস্যা অনুভৱ কৰিব, যাৰ বাবে সোণালী সুযোগ হেৰুৱাব লগা হ’ব পাৰে । নিজৰ অসংযত ব্যৱহাৰৰ বাবে আনক বিৰক্ত কৰিব পাৰে । সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰাৰ প্ৰচেষ্টা কৰক ।

মিথুন ৰাশি: দিনটো খুব সাৱধানেৰে পাৰ কৰাটো উচিত । আপুনি মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব পাৰে । দুপৰীয়াৰ পিছত পৰিস্থিতি সলনি হ’ব আৰু আপুনি উত্‍সাহিত অনুভৱ কৰিব । ঘৰুৱা পৰিবেশো শান্ত হ’ব । বিনোদন ক্ষেত্ৰত ব্যয় হ’ব পাৰে ।

কৰ্কট ৰাশি: ব্যৱসায়ত লাভ প্ৰাপ্তিৰ যোগ । দৰ্শনীয় স্থল ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে । দুপৰীয়াৰ পিছত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে আৰু স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে । চকুৰ সমস্যা হ’ব পাৰে । পৰিয়ালৰ উপস্থিতিত তেওঁলোকৰ ওপৰত ব্যয় কৰিব । দুৰ্ঘটনা আৰু অঘটন হোৱাৰ পৰা সতৰ্ক থাকক ।

সিংহ ৰাশি: আজি নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা অতি শুভ দিন । সকলো অসপূম্পূৰ্ণ কাম পূৰা কৰিব পাৰিব । বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে । ভৱিষ্যতত কামত আহিব পৰা নতুন ব্যৱসায়ীক যোগাযোগ হ’ব পাৰে । বেতন বৃদ্ধি পাব পাৰে । মুঠতে পৰিয়ালৰ লগত এটা সুখী দিন পাৰ কৰিব পাৰিব ।

কন্যা ৰাশি: আপোনাৰ কামৰ পৰা অন্যলোক উপকৃত হ’বপাৰে । দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা আছে । স্বাস্থ্যৰ পৰ্য্যাপ্ত যত্ন লওক । দুপৰীয়াৰ পিছত কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা সমৰ্থন পাব। ঘৰত আনন্দ অনুভৱ কৰিব আৰু মানসিক ৰূপে শান্তি লাভ কৰিব । চাকৰি কৰা সকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে ।

তুলা ৰাশি: দিনটো মধ্যমীয়া ৷ অত্যাধিক কামৰ চাপ পৰাৰ বাবে অতিস্ত হৈ পৰিব পাৰে । অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক । ভ্ৰমণত বাধা । দূৰত থকা আত্মীয়ৰ পৰা ভাল খব পাব পাৰে । বিদেশ ভ্ৰমণৰ সুযোগ লাভ । ব্যৱসায়ত লাভৰ সম্ভাৱনা । প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি: শুভ দিন পুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব । বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ প্ৰচুৰ সুযোগ লাভ কৰিব । দুপৰীয়াৰ পিছত হঠাতে মানসিক আৰু শাৰীৰিক অস্থিৰতা অনুভৱ কৰিব । দুপৰীয়াৰ পিছত খাদ্যৰ যত্ন লওক । ভ্ৰমণত বাধাৰ সন্মূখীন হ’বপাৰে । আধ্যাত্মিকতা আৰু ধাৰ্মিকতাই প্ৰয়োজনীয় শক্তিৰ যোগান ধৰিব ।

ধনু ৰাশি: আজিৰ দিনটোৰ আপোনাৰ সুখ শান্তি সংৰক্ষিত হৈ আছে। আজি আপুনি আৰম্ভ কৰা সকলো কাম আৰু আগতে অসম্পূৰ্ণকৈ এৰা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব । আকস্মিক আৰ্থিক লাভ হ’ব পাৰে । পাৰিবাৰিক জীৱন আনন্দৰ হ’ব । ব্যৱসায়ীসকলে বাণিজ্যত প্ৰগতি লাভ কৰিব । চমু ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰে । বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে ।

মকৰ ৰাশি: দিনটো আপুনি ভবাৰ দৰে নহ’বও পাৰে ৷ আপোনাৰ কামৰ ফল আশা কৰামতে নাপাব পাৰে । কামৰ প্ৰতি আগ্ৰহ আৰু উত্‍সাহত বাধা নপৰিব । অন্যসকলৰ লগত আপোনাৰ সম্পৰ্ক আনন্দদায়ক হ’বআৰু স্বাস্থ্য ভালে থাকিব। বাহিৰত খোৱাৰ পৰা বিৰত থাকক । দুপৰীয়াৰ পিছত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । অসুস্থহৈ থকা সকলৰ স্বাস্থ্য উন্নত হ’ব । যাত্ৰাত আৰ্থিক লাভৰ সম্ভাৱনা আছে আৰু মাতৃগৃহৰ পৰা ভাল খবৰ পাব পাৰে । সহকৰ্মীসকলে কামত সহায় কৰিব ।

কুম্ভ ৰাশি: শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে এটা ভাল দিন । চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে । মানসিকৰূপে সুস্থিৰ হৈ থাকিব, কামৰ বাবে অসাধাৰণভাৱে সক্ষম হ’ব। বাহিৰত খোৱাৰ পৰা বিৰত থাকক; পেটৰ অসুখৰ সম্ভাৱনা আছে । লিখা-পঢ়াৰ বাবে এটা ভাল দিন । আৰ্থিক আয়োজনৰ ভাল ব্যৱস্থা কৰিব পাৰিব ।

মীন ৰাশি: দিনটো শুভ । বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ ভাল সুযোগ পাব । মনোযোগ আৰু আত্ম-বিশ্বাসেৰে দৈনিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব । শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন । শিশুসকলৰ বাবে লাভদায়ক, পিতৃৰ পৰা উপকৃত হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.