- সমাগত নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত জাৰি ১৪৪ ধাৰা (Section 144 imposed in Tinsukia)
- তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা
- লগতে জিলাখনৰ বিভিন্ন বনভোজস্থলীত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা
- বনভোজস্থলীত উচ্চ স্বৰত গান বজোৱা , মাদক দ্ৰব্য বিক্ৰী বা সেৱনৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জিলা প্ৰশাসনৰ
- সমগ্ৰ জিলাতে মাদক দ্ৰব্য সেৱন কৰি গাড়ী, বাইক চলোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে