ETV Bharat / state

অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত ডুমডুমাৰ শিৱানী ! - sadiya unknown disease collage girl

Sistemic Sclerosis নামৰ অচিন ৰোগত আক্ৰান্ত ডুমডুমা মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী চেতিয়া ৷ আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিয়া পৰিয়ালটোৰ হাতত নাই চিকিৎসা ব্যয় ৷ যাৰ বাবে ৰাইজলৈ আৰ্থিক অনুদান বিচাৰিছে ছাত্ৰী গৰাকীৰ পৰিয়ালে ৷

ডুমডুমা
ডুমডুমাত সহায় বিচাৰি ৰাইজলৈ কাতৰ অনুৰোধ ছাত্ৰীৰ
author img

By

Published : Jan 29, 2020, 3:06 PM IST

শদিয়া, 29 জানুৱাৰীঃ ডুমডুমা মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী চেতিয়া ৷ চকুত জীৱন গঢ়াৰ অজস্ৰ সপোন কঢ়িয়াই লৈ ফুৰা সময়তে Sistemic Sclerosis নামৰ ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকী ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে ডিব্ৰুগড় মেডিকেলত চিকিৎসা কৰিছে যদিও সুফল লাভ কৰা নাই ছাত্ৰী গৰাকীয়ে ৷ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ চিকিৎসকে পৰাৰ্মশ আগবঢ়াইছে যদিও আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে পৰিয়ালটোৰ ৷

ডুমডুমা
ডুমডুমাত সহায় বিচাৰি ৰাইজলৈ কাতৰ অনুৰোধ ছাত্ৰীৰ

কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়া সুনেশ্বৰ চেতিয়া আৰু লাবণ্য চেতিয়াৰ কণ্যা শিবানী চেতিয়াক উন্নত চিকিৎসাৰ বাবে লাগে হৃদয়বান লোকৰ সহায়ৰ হাত ৷ স্থানীয় বিধায়ক বলিন চেতিয়াক যোগাযোগ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বিধায়ক গৰাকীয়ে ৷ আনহাতে, ছাত্ৰী গৰাকীৰ সহায়ৰ উদ্দেশ্যৰে ওলাই আহিছে মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতি ৷ খেলৰ সৈতে জড়িত থকা ছাত্ৰী গৰাকীয়ে স্কুলীয়া তথা কলেজ জীৱনত খেলৰ জৰিড়তে নিজকে চিনাকী দিছিল ৷ সদাশয় হৃদয়বান দল-সংগঠন, ব্যক্তি বিশেষে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংক, কাকপথাৰ শাখৰ একাউণ্ট নম্বৰ 7158010041520, IFSC-UTBIORRBAGB, ফোন 7086894206 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷

ডুমডুমাত সহায় বিচাৰি ৰাইজলৈ কাতৰ অনুৰোধ ছাত্ৰীৰ

আৰু পঢ়কঃ মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25

Intro:Sistemic Sclerosis নামৰ অচিন ৰোগত আক্ৰান্ত কাকপথাৰৰ ছাত্ৰী শিবানী চেতিয়া, হৃদয়বানলোকৰ লাগে সহায়ৰ হাত

শদিয়া : চকুত অজস্ৰ সপোন, জীয়াই থকাৰ হেপাহ ৷ নাম তাইৰ শিবানী চেতিয়া(20) ৷ ডুমডুমা মহাবিদ্যালয়ৰ স্নাতক ডিগ্ৰীৰ দ্বিতীয় চেমিষ্টাৰৰ ছাত্ৰী ৷ বৰ্তমান Sistemic Sclerosis নামৰ অচিন ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকী ৷ ২০১৮বৰ্ষৰ পৰা উক্ত বেমাৰত আক্ৰান্ত ছাত্ৰী গৰাকীক তিনিচুকীয়া জিলাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে ডিব্ৰুগড় মেডিকেলত চিকিৎসা কৰিছে যদিও সুফল লাভ কৰা নাই ৷ উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নিবলৈ চিকিৎসকে পৰাৰ্মশ আগবঢ়াইছে যদিও আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে পৰিয়ালটোক ৷ কৃষক সুনেশ্বৰ চেতিয়া আৰু লাবণ্য চেতিয়াৰ কণ্যা শিবানী চেতিয়াক উন্নত চিকিৎসাৰ বাবে লাগে হৃদয়বান লোকৰ সহায়ৰ হাত ৷ স্থানীয় সংবাদদাতাৰ স্থানীয় বিধায়ক বলিন চেতিয়াক যোগাযোগ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বিধায়কগৰাকীয়ে ৷ সহায় কৰা কথা দিছে মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে ৷ খেলৰ সৈতে জৰিত ছাত্ৰী গৰাকীয়ে স্কুলিয়া তথা কলেজ জীৱনত খেলৰ জৰিড়তে নিজকে চিনাকী দিছিল ৷ সদাশয় হৃদয়বান দল-সংগঠন, ব্যক্তি বিশেষে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংক, কাকপথাৰ শাষাৰ একাউণ্ট নম্বৰ 7158010041520, IFSC-UTBIORRBAGB, ফোন 7086894206 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷ আপোনাৰ, মোৰ অকমান আৰ্থিক সহায়েৰে হাঁহি বিৰিঙাব মেধাৱী ছাত্ৰী গৰাকীৰ লগতে পৰিয়ালবৰ্গলৈ ৷Body:Byte :1/ DiSease Student
2/ student MotherConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.