ETV Bharat / state

প্লাষ্টিক বৰ্জনৰ আহ্বান প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ

author img

By

Published : Nov 5, 2019, 1:23 PM IST

Updated : Nov 5, 2019, 2:22 PM IST

ইটিভি ভাৰতে দেশজুৰি আৰম্ভ কৰা প্লাষ্টিক মুক্ত পৰিৱেশৰ সজাগতা অভিযানৰ প্ৰতি সঁহাৰি জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জনসাধাৰণক আহ্বান জনালে প্লাষ্টিক বৰ্জনৰ বাবে ৷

প্লাষ্টিক বৰ্জনৰ আহ্বান প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ

তিনিচুকীয়া, 5 নৱেম্বৰঃ দেশৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতে প্লাষ্টিক মুক্তকৰণৰ বাবে দেশজুৰি চলোৱা প্ৰচেষ্টাক শলাগ ললে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। মঙলবাৰে তিনিচুকীয়াৰ অৱৰ্ত ভৱনত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, প্লাষ্টিকৰ বাবে সমগ্ৰ বিশ্বই লাগি আছে। নতুন প্ৰজন্মক সজাগতা সৃষ্টি কৰি এখন প্লাষ্টিক মুক্ত দেশ গঢ় দিবলৈ আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে ইটিভি ভাৰতে লোৱা প্ৰচেষ্টাক শলাগ লৈ জনসাধাৰণক প্লাষ্টিক ব্যৱহাৰৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

ইটিভি ভাৰতৰ প্ৰচেষ্টাক শলাগ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

লগতে চাওকঃ প্ৰদূষণ ৰোধৰ বাবে তাজমহলত এয়াৰ পিউৰিফায়াৰ স্থাপন

Intro:STORY:- প্লাষ্টিক বৰ্জনৰ আহ্বান প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ

OC/VO:- দেশৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতে প্লাষ্টিক মুক্তকৰণৰ বাবে দেশজুৰি লোৱা প্ৰচেষ্টাক শলাগ ললে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। মঙ্গল বাৰে তিনিচুকীয়াৰ অৱৰ্ত ভৱনত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, প্লাষ্টিকৰ বাবে সমগ্ৰ বিশ্বই লাগি আছে। নতুন প্ৰজন্মক সজাগতা সৃষ্টি কৰি এখন প্লাষ্টিক মুক্ত দেশ গঢ় দিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ। লগতে ইটিভি ভাৰতে লোৱা প্ৰচেষ্টাক শলাগ লৈ জনসাধাৰণক প্লাষ্টিক ব্যৱহাৰৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

Body:বয়েট:- প্ৰফুল্ল কুমাৰ মহন্ত, প্রাক্তন মুখ্যমন্ত্ৰী

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম
Last Updated : Nov 5, 2019, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.