ETV Bharat / state

তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক ডুমডুমাত সামগ্ৰী বিতৰণ

ডুমডুমাত দৰিদ্ৰ আৰু আৰ্তজনৰ কাষত সন্মিলিত সমাজ,আছু আৰু মৰাণ ছাত্ৰ সন্থাই বিতৰণ কৰিলে খাদ্য ৷

domdooma  food distiubation 300 people aasu and moran student union
তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক ডুমডুমাত সামগ্ৰী বিতৰণ
author img

By

Published : Apr 23, 2020, 7:02 PM IST

ডুমডুমা 23 এপ্ৰিল : সমগ্ৰ দেশজুৰি দ্বিতীয় পৰ্যায়ৰ লক্ ডাউন বলবৎ হৈ থকাৰ ফলত সৰ্বসাধাৰণ ৰাইজে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ডুমডুমা সন্মিলিত সমাজে বিগত এটা সপ্তাহৰো অধিক দিন ডুমডুমা নগৰৰ লগতে গ্ৰামাঞ্চল সমূহৰ দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে ।

তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক ডুমডুমাত সামগ্ৰী বিতৰণ

বৃহস্পতিবাৰে ডুমডুমা নগৰ খেলপথাৰত প্ৰায় তিনি শতাধিত দুৰ্গত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ সামগ্ৰী বিতৰণ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ উপস্থিত থাকি খাদ্য সামগ্ৰীৰ টোপোলাসমূহ বিতৰণ কৰে । ইপনে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতেই অনাগত ১০ দিনলৈকে আৰ্তজনৰ বাবে সাহাৰয বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিব। আনহাতে চৰকাৰে লক ডাউনৰ সময়ত দৰিদ্ৰ লোকসকলৰ বাবে প্ৰদান কৰা চৰকাৰী সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত বিভিন্ন স্থানত হোৱা অনিয়মৰ তদন্ত কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান জনাই আছুৰ সম্পাদক গৰাকীয়ে ।

লগতে পঢকঃ ধেমাজিৰ মাছখোৱাত বিধ্বংসী ধুমুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.