ETV Bharat / state

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, দাওদাওকৈ জ্বলিল i20 বাহন

author img

By

Published : Jan 12, 2020, 2:17 AM IST

অৰুণাচল প্ৰদেশৰ চৌখামত বলেৰ' আৰু i20 গাড়ীৰ মাজত মুখামুখি সংৰ্ঘষ, থিতাতে জ্বলি চাই হয় i20 গাড়ীখন ৷

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা
অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা

শদিয়া, 12 জানুৱাৰী: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চৌখামত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন গাড়ীৰ মাজত হোৱা সংৰ্ঘষত ভস্মিভূত হ’ল এখন গাড়ী ৷ AR 12 8050 নম্বৰৰ এখন বলেৰ' গাড়ীৰ লগত এখন i20 গাড়ীৰ মুখামুখি সংৰ্ঘষত ভস্মীভূত হয় i20 গাড়ীখন ৷ চৌখামৰ মমং তেল ডিপোৰ সন্মূখত হোৱা দুৰ্ঘটনাটোত বৰ্তমানলৈকে i20 গাড়ীখনৰ নম্বৰ জানিব পৰা হোৱা নাই ৷

দাওদাওকৈ জ্বলিল i20 বাহন

i20গাড়ীখন ভয়ংকৰভাবে ৰাজপথতে জ্বলি চাই হৈ যায় যদিও কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে ৷
ৰাজপথতে এইদৰে গাড়ীখন জ্বলি যোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Intro:অৰুণাচল প্ৰদেশৰ চৌখামত বলেৰ' আৰু i20 গাড়ীৰ মুখামুখি সংৰ্ঘষ, থিতাতে জ্বলি চাই হয় i20 গাড়ী

শদিয়া : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চৌখামত দুখন গাড়ীৰ মাজত সংৰ্ঘষত এখন গাড়ী জ্বলি ভস্মিভূত হয় ৷ AR 12 8050 নম্বৰৰ বলেৰ' গাড়ীৰ লগত এখন i20 গাড়ীৰ মুখামুখি সংৰ্ঘষত i20 গাড়ীখন থিতাতে জ্বলি ভস্মীভুত হয় ৷ চৌখামৰ মমং তেল ডিপোৰ সন্মুখত হোৱা দুৰ্ঘটনাটোত বৰ্তমানৰলৈকে i20 গাড়ীখনৰ নম্বৰ জানিব পৰা হোৱা নাই ৷ i20গাড়ীখন ভয়ংকৰভাবে ৰাজপথতে জ্বলি চাই হৈ যায় যদিও কোনো লোক আঘাটপ্ৰাপ্ত হোৱা নাই বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে ৷ ৰাজপথতে এইদৰে গাড়ীখন জ্বলি যোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.