ETV Bharat / state

১৫০ টা বছৰ অতিক্ৰম কৰিলে অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

ডেৰশ বছৰ অতিক্ৰম কৰা এই বিদ্যালয়খনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য্য ফনী শৰ্মা আৰু ভাৰত ৰত্ন ড0 ভূপেন হাজৰিকাকে ধৰি বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী সাহিত্যিক, বিজ্ঞানী, শীৰ্ষ আমোলা ব্যৱসায়ী আদিয়ে শিক্ষা গ্ৰহণ কৰিছিল

১৫০ টা বছৰ অতিক্ৰম উত্তৰ অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
author img

By

Published : Nov 7, 2019, 11:53 PM IST

তেজপুৰ,৭ নৱেম্বৰঃ ১৫০ টা গৌৰৱোজ্জ্বল বছৰ অতিক্ৰম কৰিলে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ ১৮৬৮ চনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে স্থাপিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ডেৰশ বছৰীয়া জয়ন্তী ৷

ডেৰশ বছৰ অতিক্ৰম কৰা এই বিদ্যালয়খনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য্য ফনী শৰ্মা আৰু ভাৰত ৰত্ন ড0 ভূপেন হাজৰিকাকে ধৰি বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী সাহিত্যিক, বিজ্ঞানী, শীৰ্ষ আমোলা ব্যৱসায়ী আদিয়ে শিক্ষা গ্ৰহণ কৰিছিল ৷

১৫০ টা বছৰ অতিক্ৰম উত্তৰ অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

শত সহস্ৰাধিক মানৱ সম্পদ গঢ়িবলৈ সক্ষম হোৱা উত্তৰ অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী ৭ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব ৷

Intro:মহানগৰীত চিটি বাছৰ দৌৰাত্ম্যBody:

মহানগৰীৰ বশিষ্ঠৰ গণেশ নগৰ তিনিআলিত চিটি বাছৰ মুখামুখি সংঘর্ষ। দুৰ্ঘটনাৰ ফলত দুইখন বাছৰ চালকৰ লগতে কেইবাজনো যাত্ৰী আহত হয়।

প্রত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি তীব্ৰ গতিবেগত অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়।

বাছ দুখন ক্ৰমে As01 GC 9148 নম্বৰৰ জামিলা আৰু As01 Hc 0757 নম্বৰৰ যুৱৰাজ ।

বেলতলা অভিমুখী আছিল যুৱৰাজ নামৰ বাছখন আৰু জমিলা নামৰ বাছখন বশিষ্ঠ অভিমুখী আছিল ।

এই সন্দৰ্ভত যান-বাহন আৰক্ষীয়ে বাছ দুখনক জব্দ কৰে আৰু গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.