ETV Bharat / state

টেঙাবিলত মৃত্যুৰে যুঁজিছে বন্যহস্তীঃ উপস্থিত চিকিৎসকৰ দল

author img

By

Published : Jul 6, 2019, 10:03 AM IST

টেঙাবিলত মৃত্যুৰ সৈতে যুঁজি থকা বন্যহস্তীৰ চিকিৎসাৰ বাবে উপস্থিত ডব্লিউ টি আইৰ চিকিৎসকৰ দল ৷ বাওঁ ভৰিত এডাল ৰ'ড সোমাই থকাৰ বাবে আৱদ্ধ হাতীটো ৷

বন্যহস্তীৰ চিকিৎসাৰ বাবে উপস্থিত চিকিৎসকৰ দল

শোণিতপুৰ, 6 জুলাই : ৰঙাপৰাৰ টেঙাবিলত মৃত্যুৰ সৈতে যুঁজি থকা বন্যহস্তীৰ চিকিৎসাৰ বাবে উপস্থিত ডব্লিউ টি আইৰ চিকিৎসকৰ দল ৷ বন্য হস্তীটোৰ বাওঁ ভৰিত এডাল ৰ'ড সোমাই থকাৰ বাবে বিগত ২৪ ঘন্টা ধৰি এটা গাঁতত আৱদ্ধ হৈ আছে হাতীটো ৷
কাজিৰঙাৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই ৰঙাপৰাত উপস্থিত হৈ আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক ট্ৰেংকুলাইজ কৰি চিকিৎসা প্ৰদান কৰিব ৷

Intro:তেজপুৰ,৬ জুলাই: ৰঙাপৰাৰ টেঙাবিলত মৃত্যুৰ সৈতি যুজি থকা বন্য হস্থীৰ চিকিৎসাৰ বাবে ডব্লিউ টি আইৰ চিকিৎসকৰ দল উপস্থিত শনিবাৰে ৷বন্য হস্থীটোৰ বাঁও ভৰিত এডাল ৰ'ড সোমাই থকাৰ বাবে যোৱা ২৪ ঘন্টা ধৰি এটা গাটত আৱদ্ধ হৈ আছে ৷

Body:কাজিৰঙাৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই ৰঙাপৰা উপস্থিত হয়। আঘাত প্ৰাপ্ত বনৰীয়া হাতীটোক ট্ৰেকুলাইজ কৰি চিকিৎসা প্ৰদান কৰিব।Conclusion:অষ্ট্ৰোপচাৰৰ পিছতহে সবিশেষ তথ্য পোহৰলৈ আহিব ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৬/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.