ETV Bharat / state

শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈছে মূঠ ৬০গৰাকী আৰক্ষীৰ লোক

ক‘ভিড-১৯ মহামাৰীৰ সময়ছোৱাত আৰক্ষীয়ে বহুসময়ত কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ৰাজহুৱা শ্মশানত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে আৰু তেনে প্ৰত্যাহ্বানকো নেওচি নিজৰ কৰ্তব্য পালন কৰি যায় আৰক্ষীৰ লোক সকলে ৷

sonitpur-police-in-lockdown-period

author img

By

Published : Oct 13, 2020, 5:24 PM IST

Updated : Oct 13, 2020, 6:28 PM IST

তেজপুৰ,১৩ অক্টোবৰ : লক ডাউনৰ সময়ছোৱাত অসমৰ বহুতো চৰকাৰী বিভাগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানপূৰ্ণ সময় আহি পৰিছিল । বিশেষকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ লোক সকলে এই সময়ছোৱাত সন্মুখীন হৈছিল যথেষ্ট প্ৰত্যাহ্বান ৷

sonitpur-police-in-lockdown-period
শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈছে মূঠ ৬০গৰাকী আৰক্ষীৰ লোক

কিন্তু এই প্ৰত্যাহ্বানপূৰ্ণ সময়তো নিজৰ দায়িত্ব পালন কৰিছিল ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ আৰক্ষীৰ লোক সকলে । জিলাখনত মুঠ ৬০ জন আৰক্ষীৰ কৰ‘ণা মহামাৰীত আক্ৰান্ত হৈছে ।

প্ৰায় ১৫০০ৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰা হয় এই লক ডাউনৰ সময়ত । এই সময়ছোৱাত আর্তজনৰ ওচৰত থিয় দিছিল আৰক্ষীৰ লোকে ।

গাঁৱত থকা ভিন্নজনৰ ওচৰত এমুঠি আহাৰৰ যোগান ধৰাৰ লগতে ৰোগীক ঔষধৰ যোগান ধৰিছিল শোণিতপুৰ জিলাৰ আৰক্ষীয়ে আৰু ইয়াৰ নেতৃত্ব দিছিল জিলাখনৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্তই ।

এই কথা সদৰি কৰিছে শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মাই । শৰ্মাই নিজেই এই দায়িত্ব পালন কৰাৰ লগতে আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰা দলৰ বিষয়া হিচাপে ক‘ভিড যুদ্ধৰ প্ৰথম শাৰীৰ যোদ্ধা হিচাপে নিজৰ কৰ্মৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে,জিলাখনত আৰক্ষী বিষয়া কনিষ্টবল গৃহৰক্ষী বাহিনীৰ মুঠ ৬০ জন লোক মহামাৰী ক‘ভিড ১৯ৰ কৰ্তব্য পালনৰ সময়ত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈছে বুলিও জনায় উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লক ডাউন সময়ত বয়সস্থ লোকৰ ঔষধৰ বাবে শোণিতপুৰৰ আৰক্ষীয়ে গুৱাহাটী পৰা ঔষধ আনি ৰোগীক যোগান ধৰিছিল আৰু তেজপুৰ চহৰৰ পৰা জিলাখনৰ গাঁও অঞ্চলতো ৰোগীক ঔষধৰ যোগান ধৰিছিল ।

sonitpur-police-in-lockdown-period
শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈছে মূঠ ৬০গৰাকী আৰক্ষীৰ লোক

ক‘ভিড-১৯ মহামাৰীৰ সময়ছোৱাত আৰক্ষীয়ে বহুসময়ত কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ৰাজহুৱা শ্মশানত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে আৰু তেনে প্ৰত্যাহ্বানকো নেওচি নিজৰ কৰ্তব্য পালন কৰি যায় আৰক্ষীৰ লোক সকলে ৷

লগতে পঢ়ক: মৰিগাঁৱত জালিয়াতিৰে ছাত্ৰ বৃ্ত্তিৰ ধন সৰকাই আৰক্ষীৰ জালত ৩ অভিযুক্ত

Last Updated : Oct 13, 2020, 6:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.