ETV Bharat / state

ব্যঘ্ৰ প্ৰকল্পত সংস্থাপন কৰা হৈছে গোপন কেমেৰাৰ

author img

By

Published : Feb 7, 2020, 8:19 PM IST

বিগত বৰ্ষত অৰুণাচল প্ৰদেশৰ ছিজুচাস্থিত পাকে টাইগাৰ ৰিজাৰ্ভত ৫ টা কৈ ঢেকিয়াপতিয়া বাঘ চিনাক্ত কৰা হৈছিল আনহাতে কাষতে লাগি থকা নামেৰী ৰাষ্টীয় উদ্যানৰ নামেৰী টাইগাৰ ৰিজাৰ্ভত ৮ টা বাঘ কেমেৰাত চিনাক্ত হৈছিল ৷

ব্যঘ্ৰ প্ৰকল্পত গোপন কেমেৰাৰ ব্যৱস্থা
ব্যঘ্ৰ প্ৰকল্পত গোপন কেমেৰাৰ ব্যৱস্থা

তেজপুৰ,৭ ফ্ৰেব্ৰুৱাৰী : ভাৰতত মুঠ ৪৯ খন টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ ব্যঘ্ৰ প্ৰকল্প আছে তাৰ ভিতৰত অসমত ৫ খন আৰু চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ৩ খন ব্যঘ্ৰ প্ৰকল্প আছে ৷ ইতিমধ্যে সকলো প্ৰকল্পতে বন বিভাগে টাইগাৰ বিশেষজ্ঞৰ জৰিয়তে বাঘৰ বসতি চিনাক্ত কৰিবলৈ উপযুক্ত স্থানত কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰিছে ৷ গোপন কেমেৰা সংস্থাপনৰ কাম বিগত ডিচেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে চলি আছে ৷ শেষৰটো কেমেৰা সংস্থাপন হোৱাৰ পাছতে এই খাতিয়ানৰ অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷

ব্যঘ্ৰ প্ৰকল্পত গোপন কেমেৰাৰ ব্যৱস্থা

লগতে পঢ়কঃ আলফা(স্বা)ক শান্তিৰ মেজলৈ আমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ

এই বছৰো ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি যদিও সম্পূৰ্ণ পৰ্যবেক্ষন কৰাৰ পাছতহে ইয়াৰ সঠিক তথ্য পোহৰলৈ আহিব ৷ উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত অন্য এখন টাইগাৰ ৰিজাৰ্ভৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠিছে বুলি এক বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ৷

Intro:তেজপুৰ,৭ ফ্ৰেব্ৰুৱাৰী : ভাৰতত মুঠ ৪৯ খন টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ ব্যঘ্ৰ প্ৰকল্প আছে তাৰ ভিতৰত অসমত ৫ খন আৰু চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশত আছে ৩ খন এনে ব্যঘ্ৰ প্ৰকল্প ৷

Body:ইতিমধ্যে সকলো প্ৰকল্পতে বন বিভাগ আৰু টাইগাৰ বিষেজ্ঞৰ যৰিয়তে আৰম্ভ হৈছে এই বাঘৰ বসতি চিনাক্ত কৰিবলৈ উপযুক্ত স্থানত কেমেৰা সংস্থাপন ৷
যোৱা ডিচেম্বৰ মাহৰ পৰা এই গোপন কেমেৰা সংস্থাপনৰ কাম বৰ্তমানলৈকে চলি আছে শেসটো কেমেৰা সংস্থাপন হোৱাৰ পিছতে এই খাতিয়ানৰ অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷
যোৱা বছৰ অৰুনাচল প্ৰদেশৰ ছিজুচাস্থিত পাকে টাইগাৰ ৰিজাৰ্ভত ৫ টা কৈ ঢেকিয়াপতিয়া বাঘ চিনাক্ত কৰা হৈছিল আনহাতে কাষতে লাগি থকা নামেৰী ৰাষ্টীয় উদ্যানৰ নামেৰী টাইগাৰ ৰিজাৰ্ভত ৮ টা বাঘ কেমেৰাত চিনাক্ত হৈছিল ৷
এই বছৰো ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাবনা প্ৰকট যদিও গননা সম্পূৰ্ন পৰ্যবেক্ষন কৰাৰ পাছতহে ইয়াৰ সঠিক তথ্য পোহৰলৈ আহিব ৷
উল্লেখযোগ্য যে অৰুনাচল প্ৰদেশত আৰু এখন টাইগাৰ ৰিজাৰ্ভৰ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈ উঠিছে বুল্ এক বিশেষ সূত্ৰৰ পপা জানিব পপা গৈছে ৷

PTC .via MojoConclusion:Pranab kumar Das.
Tezpur.
7/2/2020

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.