ETV Bharat / state

আজি সফল সামৰণি পৰে ভাৰত-চীন যৌথ অনুশীলনৰ - নতুন মাৰণাস্ত্ৰ প্ৰয়োগৰো প্ৰশিক্ষণ দিয়া হয়

এই অনুশীলন অনুষ্ঠিত হয় মেঘালয়ৰ উমৰয়ৰ সেনা শিবিৰত ৷ দুয়োখন দেশৰ বৃহৎ সেনাবাহিনীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই অনুশীলনৰ উদ্দেশ্য হৈছে উগ্ৰবাদ আৰু উগ্ৰপন্থী বিৰোধী অভিযানৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অক্ষুন্ন ৰখা ৷

ভাৰত-চীন যৌথ অনুশীলন
ভাৰত-চীন যৌথ অনুশীলন
author img

By

Published : Dec 20, 2019, 9:34 PM IST

তেজপুৰ, 20 ডিচেম্বৰ: যোৱা 7 ডিচেম্বৰত আৰম্ভ হোৱা ভাৰত-চীন যৌথ অনুশীলনৰ আজি সফল সামৰণি পৰে ৷ এই অনুশীলন অনুষ্ঠিত হয় মেঘালয়ৰ উমৰয়ৰ সেনা শিবিৰত ৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত এই অনুশীলনত হেভী মৰ্টাৰ,চেলিং আৰু পাহাৰীয়া অঞ্চলত কূটাঘাট দমনমূলক নীতিৰ অনুশীলন কৰা হয় ৷

ভাৰত-চীন যৌথ অনুশীলনৰ সফল সামৰণি

দুয়োখন দেশৰ বৃহৎ সেনাবাহিনীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই অনুশীলনৰ উদ্দেশ্য হৈছে উগ্ৰবাদ আৰু উগ্ৰপন্থী বিৰোধী অভিযানৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অক্ষুন্ন ৰখা ৷ এই অনুশীলনত দুয়োখন দেশৰ পদ্ধতি আৰু বিভিন্ন নতুন মাৰণাস্ত্ৰ প্ৰয়োগৰো প্ৰশিক্ষণ দিয়া হয় ৷

লগতে পঢ়ক: বাক্সাত পোৱা যায় এবিধ বিশেষ শিল.

Intro:INDO –CHINA JOINT EXERCISE : HAND-IN- HAND CULMINATES

তেজপুৰ,২০ ডিচেম্বৰ : ভাৰত আৰু চীনৰ অষ্টম সংখ্য যৌথ অনুশীলন যোৱা ৭ ডিচেম্বৰৰ পৰা মেঘালয়ৰ উমৰয়ৰ সেনা শিবিৰত অনুষ্ঠিত হোৱা ১৪ দিনিয়া অনুশীলনৰ " Hand-in- Hand” 2019 আজি সফল সমাপ্তি ঘটে ৷

Body:ৰাষ্টসংঘৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত এই অনুশীলনত হেভী মৰ্টাৰ , চেলিং , পাহাৰীয়া অঞ্চলত কূটাঘাট দমন মূলক নীতিৰ বিষয়ে অনুশীলন কৰা হয় ৷
ভাৰতীয় সেনাৰ ইনফেন্টৰী ৰেজিমন্ট আৰু চীনা সৈন্যৰ দুয়োটা সেনাৰ দলে অংশ গ্ৰহন কৰা এই অনুশীলনত উগ্ৰপন্থী বিৰোধী দমন নীতি আৰু সেনা বাহিনীৰ ড্ৰীল অনুশীলন কৰে ৷ দুয়োখন দেশৰ বৃহৎ সেনাবাহিনীৰ সৈন্যৰ অংশৰে আৰম্ভ হোৱা এই অনুশীলনৰ উদ্দেশ্য হৈছে যুতিয়া অনুশীলন উগ্ৰবাদ আৰু উগ্ৰপন্থী বিৰুদ্ধী অভিযান অনুশীলন , দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অক্ষুন্ন ৰখা কাৰিকৰি দিশত ৷
Conclusion:এই অনুশীলনৰ জৰীয়তে সেনাৰ দুয়ো দেশৰ অনুশীলন আৰু পদ্ধতি আদান প্ৰদান আৰু বিভিন্ন নতুন নতুন মাৰানঅস্ত্ৰৰ প্ৰশিক্ষন লোৱা হয় ৷ 72 ঘন্টা ধৰি বিভিন্ন কলা কুশলীৰ জৰীয়তে এই অনুশীলন আজি দুয়ো দেশৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সামৰনী পৰে ৷

Pranab kumar Das
Tezpur.
20/12/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.