- তেজপুৰ পাঁচমাইল বিহিয়াৰ জীয়া ভৰলী নদীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত প্ৰায় ১০০জনীয়া যাত্ৰীৰ এখন মেচিন নাও
- দুগৰাকী মহিলাক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
- বৰ্তমানেও সন্ধানহীন 8 টা শিশুসহ কেইবাজনো লোক
- মেছিন নাওখনত বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ আহিছিল যাত্ৰীসকল
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত নাওখন
- SDRF বাহিনীৰ অভিযান অব্যাহত
তেজপুৰ জীয়াভৰলী নৈত ভয়ংকৰ নাও দুৰ্ঘটনা - তেজপুৰ জীয়াভৰালী নৈত ভয়ংকৰ নাও দুৰ্ঘটনা

জীয়াভৰালী নৈত নাও দুৰ্ঘটনা
14:04 October 17
Boat accident
ভয়ংকৰ নাও দুৰ্ঘটনা
14:04 October 17
Boat accident
ভয়ংকৰ নাও দুৰ্ঘটনা
- তেজপুৰ পাঁচমাইল বিহিয়াৰ জীয়া ভৰলী নদীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত প্ৰায় ১০০জনীয়া যাত্ৰীৰ এখন মেচিন নাও
- দুগৰাকী মহিলাক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
- বৰ্তমানেও সন্ধানহীন 8 টা শিশুসহ কেইবাজনো লোক
- মেছিন নাওখনত বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ আহিছিল যাত্ৰীসকল
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত নাওখন
- SDRF বাহিনীৰ অভিযান অব্যাহত
Intro:Body:
Conclusion:
তেজপুৰ,১৭ অক্টোবৰ :তেজপুৰ পাঁচমাইল বিহিয়াত জীয়া ভৰলী নদীত ভয়ংকৰ নাওঁ দুৰঘ্টনা ৷ প্ৰায় ১০০ জনীয়া যাত্ৰীৰ এখন প্ৰকাণ্ড মেচিন নাওঁ দৰ্ঘটনা গ্ৰষ্ট ৷ দুগৰাকী মহিলাক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন ৷
ইতিমধ্যে দুগৰাকী মহিলাক জীবন্তে উদ্ধাৰ কৰা হৈছে। আনহাতে চাৰিটা শিশুসহ কেইবাজনো সন্ধানহীন যদিও নদীৰ সিপাৰে সন্ধানহীন লোকৰ সংখ্যা জানিব পৰা যাব ।লোকসকল মেছিন নাৱত বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ আহোতে জীয়াভৰলী ৰ মাজত নাওখন ডুব যায়। ইতিমধ্যে নাওখন উদ্ধাৰ কৰা হৈছে।
Conclusion:
Last Updated : Oct 17, 2019, 5:16 PM IST