ETV Bharat / state

ৰঙাপৰাত বাঁহৰ দলঙেৰে বিপদ সংকূল যাত্ৰা ৰাইজৰ

পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ

ৰঙাপৰাত বাঁহৰ দলঙেৰে বিপদ সংকূল যাত্ৰা ৰাইজৰ
author img

By

Published : Mar 8, 2019, 10:26 PM IST

৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ পৰিবৰ্তনগামী চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে শোনিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথচোৱাৰ ডিপোটা নদীখনৰ দলং খনে। দুভাগ্যজনক ভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ অহা এই গাঁৱৰ ৰাইজে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বাঁহৰ দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে।

ৰঙাপৰাত বাঁহৰ দলঙেৰে বিপদ সংকূল যাত্ৰা ৰাইজৰc

দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে উপায় বিহীন হৈ বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে। ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধি সকলে পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং সাজি লবলৈ বাধ্য হৈছে।

Title::ৰঙাপৰা সমষ্টিত বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকূল যাত্ৰা ৰাইজৰঃ পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ
তেজপুৰ::Anchor:শোনিতপুৰ জিলাৰ  ৰঙাপৰা সমষ্টিত আজিও একাংশ ৰাইজে দুভাগ্যজনক ভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। নদীৰ ওপৰত পকী দলঙৰ নথকাৰ ফলত স্থানীয় ৰাইজে নিজে গাঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি লবলগীয়া হৈছে।

VO:  এইয়া হৈছে পৰিবৰ্তনগামী চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ।ৰঙাপৰা চাহ বাগিচাৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথচোৱাত থকা ডিপোটা নদীখনৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বাঁহৰ দলঙৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হৈছে। দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে উপায় বিহীন হৈ বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে। নৈখনৰ ওপৰত ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধি সকলে পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং সাজি লবলৈ বাধ্য হৈছে।

Byte: Local 

 vo,End: ইফালে বাঁহৰ দলঙখনৰ পৰি কেইবা গৰাকী ব্যক্তি আঘাত প্ৰাপ্ত হৈছে।সমস্টিৰ বিধায়ক গৰাকী ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী হোৱাৰ পিচতো এই দৰে অহা যোৱা কৰিব লগীয়াটো ৰাইজে উদ্দেগ প্ৰকাশ কৰিছে ৷

Pranab kumar Das, ETV  Bharat Tezpur.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.