ETV Bharat / state

আমগুৰিত কৰ’ণাৰ বিৰুদ্ধে সজাগতা আটছাৰ

author img

By

Published : Mar 24, 2020, 10:13 AM IST

কৰ’ণাৰ সংহাৰ,সজাগতা কেনেদৰে পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে ইয়াৰ পৰা ৰক্ষা পাব পাৰি ৷ তাৰ বিৰুদ্ধে সজাগতা সৃষ্টি আমগুৰিত আটছাৰ ৷

sivsagar-amguri-corona-awareness-porgame-by-atsa
আমগুৰিত ক’ৰণাৰ বিৰুদ্ধে সজাগতা আটছাৰ

আমগুৰি, ২৪ মাৰ্চ: শিৱসাগৰৰ আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আমগুৰি আঞ্চলিক সমিতিৰ প্ৰশংসনীয় পদক্ষেপ ৷ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকক চাবোন বিতৰণ কৰি ইয়াৰ উপকাৰিতা সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰে। সংগঠনটোৱে হালোৱাটিং চাহ বাগিচাত কৰ্মৰত শ্ৰমিকক মহামাৰী কৰ’ণা ভাইৰাছ ৰ বিভিষিকাময় পৰিস্থিতি সম্পৰ্কে অৱগত কৰে।

আমগুৰিত ক’ৰণাৰ বিৰুদ্ধে সজাগতা আটছাৰ
লগতে পঢক :ল’কডাউনৰ আলম লৈ নাহৰকটীয়াত একাংশ ব্যৱসায়ীৰ দৌৰাত্ম্য !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.