ETV Bharat / state

গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা - 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-জেনৰ মুখামুখি সংঘৰ্ষ

চাৰিং দুৱৰাপাৰত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-জেনৰ মুখামুখি সংঘৰ্ষ ৷ চিকিৎসালয়ত মৃত্যু এজনৰ ৷

গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Nov 10, 2019, 11:30 AM IST

আমগুৰি, ১০ নৱেম্বৰ:

  • গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
  • 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-জেনৰ মুখামুখি সংঘৰ্ষ
  • চিকিৎসালয়ত মৃত্যু এজনৰ
  • শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু ডা: প্ৰত্যুষ কুজন কৌশিকৰ
    গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
  • প্ৰত্যুষ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ আছিল
  • যোৰহাটৰ মালৌ আলিত নিহত লোকজনৰ বাসগৃহ
  • আহত হৈছে ৰঞ্জন বৰঠাকুৰ
  • ৰঞ্জনৰ ঘৰ যোৰহাটৰ তৰাজান বামুণ গাঁৱত
  • দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS 01DC 0054
  • আনহাতে জেন বাহনখনৰ নম্বৰ হৈছে AS 04 C 1850

আমগুৰি, ১০ নৱেম্বৰ:

  • গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
  • 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-জেনৰ মুখামুখি সংঘৰ্ষ
  • চিকিৎসালয়ত মৃত্যু এজনৰ
  • শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু ডা: প্ৰত্যুষ কুজন কৌশিকৰ
    গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
  • প্ৰত্যুষ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ আছিল
  • যোৰহাটৰ মালৌ আলিত নিহত লোকজনৰ বাসগৃহ
  • আহত হৈছে ৰঞ্জন বৰঠাকুৰ
  • ৰঞ্জনৰ ঘৰ যোৰহাটৰ তৰাজান বামুণ গাঁৱত
  • দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS 01DC 0054
  • আনহাতে জেন বাহনখনৰ নম্বৰ হৈছে AS 04 C 1850
Intro:Body:
আমগুৰি, ১০ নৱেম্বৰ:

গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

চাৰিং দুৱৰাপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-জেনৰ মুখামুখি সংঘৰ্ষ

ডাম্পাৰখনৰ নম্বৰ AS 01 DC 0054
জেনখনৰ নম্বৰ AS 04 C 1850

জেন খনৰ দুই আৰোহী গুৰুতৰভাবে আহত

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু ডা: প্ৰত্যুষ কুজন কৌশিকৰ

প্ৰত্যুষ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ আছিল

প্ৰত্যুষৰ ঘৰ যোৰহাটৰ মালৌ আলিত

আহত হৈছে ৰঞ্জন বৰঠাকুৰ

ৰঞ্জনৰ ঘৰ যোৰহাটৰ তৰাজান বামুণ গাঁৱত

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.