ETV Bharat / state

ডিমৌৰ ৰাজবাৰীত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি - ৰাজবাৰী

10 দিনৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত পুনৰ ৰাজবাৰীৰ নলনি পথাৰত মুকলি কৰি দিয়া হয় শগুণকেইটা

ডিমৌৰ ৰাজবাৰীত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি
author img

By

Published : Apr 10, 2019, 12:06 AM IST

  • ডিমৌৰ ৰাজবাৰীত বিষক্ৰিয়াত আক্ৰান্ত 31 টা শগুণক সম্পূৰ্ণ সুস্থ অৱস্থাত মুকলি
  • 29 তাৰিখে শিৱসাগৰত বিষক্ৰিয়াত আক্ৰান্ত হৈছিল অৰ্ধ শতাধিক শগুণ
  • ৰাজবাৰীৰ নলনি পথাৰত মৰা গৰু ভক্ষণ কৰাৰ পাচতে মৃত্যু হৈছিল 35 টা শগুণৰ
  • কাজিৰঙাত চিকিৎসাধীন হৈ আছিল গুৰুতৰভাৱে আক্ৰান্ত 31 টা শগুণ
  • 10 দিনৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত পুনৰ ৰাজবাৰীৰ নলনি পথাৰত মুকলি কৰি দিয়া হয় শগুণকেইটা
  • এই অনুষ্ঠানত জিলা উপায়ুক্তক ডা. এছ. লক্ষ্মণকে ধৰি জিলা বন বিষয়াৰ লগতে বি এন এইচ এছৰ উপ-সঞ্চালক, ডব্লিউ টি আইৰ কৰ্মকৰ্তা, প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বেকন, আৰণ্যক আদি কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠৰ কৰ্মকৰ্তা আৰু গাওঁবাসীৰ লগতে উপস্থিত থাকে ছাত্ৰ-ছাত্ৰী

*শিৱসাগৰত বিষক্ৰিয়াত আক্ৰান্ত ৩০ শগুণ চিকিৎসাৰ অন্তত মুকলি*
Story-VALTURE_RELESE
Ananta Smith
Sivasagar
09th April

A_SVR_09TH_APR_806-807_VALTURE_RELESE_ANANTA

বন্য প্ৰেমীৰ বাবে এটি ভাল খবৰ। ডিমৌ ৰাজবাৰীত ২৯ তাৰিখৰ সন্ধিয়া বিষক্ৰিয়াত আক্ৰান্ত ৩১ টা শগুনক সম্পূৰ্ণ সুস্থ কৰি আজি মুকলি কৰি দিয়া হয়। ৰাজবাৰীৰ নলনি পথাৰত মৰা গৰু ভক্ষণ কৰাৰ পাছতে অৰ্ধশতাধিক শগুন মৃত্যু হোৱাৰ লগতে শতাধিক শগুন বিষক্ৰিয়াত আক্ৰান্ত হৈছিল। আনহাতে গুৰুতৰ ভাবে বিষক্ৰিয়াত আক্ৰান্ত ৩১টা শগুনক কাজিৰঙাত চিকিৎসা কৰি থকা হৈছিল। আজি শগুন কেইটা ১০ দিনৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত পুনৰ ৰাজবাৰীৰ নলনি পথাৰত মুকলি দিয়া হয়। এই অনুষ্ঠানত জিলা উপায়ুক্তক ডাঃ এছ লক্ষ্মণনকে ধৰি জিলা বন বিষয়া লগতে B.N.H.S. উপ-সঞ্চালক, W.T.I. ৰ কৰ্মকৰ্তা, প্ৰকৃতি প্ৰেমী সংগঠন নেছাৰছ বেকণ, অৰণ্যাক আদি কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠৰ কৰ্মকৰ্তাৰ লগতে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী গাওঁবাসী উপস্থিত থাকে।

Bite-জিলা উপায়ুক্ত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.