ETV Bharat / state

ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ হ’ল ডাকঘৰ

author img

By

Published : Feb 21, 2021, 7:54 AM IST

ৰাইজৰ শ্ৰমদানেৰে সাপেখাতী আৰক্ষী থানাৰ অধীনৰ ২ নং কঠিয়াখুন্দা আৰু আটাল পথাৰ গাওঁৰক্ষী বাহিনী, সাপেখাতী আৰু উদয়শ্ৰী গাওঁ পঞ্চায়তৰ ৰাইজৰ সহযোগত সাপেখাতীৰ ঘোৰাজানস্থিত ডাকঘৰৰ শাখা কাৰ্যালয়টো নিৰ্মাণ কৰা হয় ৷

ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ হ’ল ডাকঘৰ
ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ হ’ল ডাকঘৰ

মৰাণ, ২১ ফেব্ৰুৱাৰীঃ ঐতিসাহিক চৰাইদেউ জিলাৰ সাপেখাতীত গাওঁৰক্ষী বাহিনীৰ অতুলনীয় পদক্ষেপ । সাপেখাতী আৰক্ষী থানাৰ অধীনৰ ২ নং কঠিয়াখুন্দা আৰু আটাল পথাৰ গাওঁৰক্ষী বাহিনী, সাপেখাতী আৰু উদয়শ্ৰী গাওঁ পঞ্চায়তৰ ৰাইজৰ সহযোগত সাপেখাতীৰ ঘোৰাজানস্থিত ডাকঘৰৰ শাখা কাৰ্যালয়টো নিৰ্মাণ কৰা হয় ৷

ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ হ’ল ডাকঘৰ

বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল এই ডাকঘৰটো ৷ আনকি বিভাগীয় কৰ্তৃপক্ষয়ো মেৰামতি নকৰাৰ ফলত ডাকঘৰটো জৰাজীৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছিল ৷ যাৰ ফলশ্ৰুতিত গাওঁৰক্ষী বাহিনী, ৰাইজ আৰু শাখা ডাকঘৰটোৰ কৰ্মচাৰীয়ে ঐক্যবদ্ধ হৈ নিৰ্মাণ কৰে ধংসৰ গৰাহলৈ গতি কৰা এই ডাকঘৰটো ৷ চৰকাৰৰ কোনো সহায় নোলোৱাকৈ সম্পূৰ্ণ ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰা হয় সাপেখাতী ডাকঘৰৰ শাখা কাৰ্যালয় ৷

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মন জয় কৰাৰ প্ৰচেষ্টা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.