ETV Bharat / state

শিৱসাগৰ নগৰত ধৰ্ষণৰ বিৰুদ্ধে বাটৰ নাট প্ৰৰ্দশন

author img

By

Published : Oct 30, 2020, 7:27 PM IST

শিৱসাগৰত জে জে টি জি এল কমেডী গ্ৰুপ আৰু জৱৰজং নাট্যগোষ্ঠীৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন ৷

BATOR NAT AT SIVSAGAR
শিৱসাগৰ নগৰত ধৰ্ষণৰ বিৰুদ্ধে বাটৰ নাট প্ৰৰ্দশন

শিৱসাগৰ,30অক্টোবৰঃ শিৱসাগৰত মদ্যপান আৰু ধর্ষণ ৰোধ কৰাৰ মানসেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্যশেৰে পৰিৱেশন কৰা হয় বাটৰ নাট। সমাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা মদ্যপান আৰু ধর্ষণ কার্যৰ বিৰোধে যুৱক যুৱতী তথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত জে জে টি জে এল কমেডী গ্ৰুপ আৰু জৱৰজং নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰে এখন বাটৰ নাট।

মদ্যপান আৰু ধৰ্ষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিয়েই হৈছে বাটৰ নাটখনৰ মূল বিষয় বস্তু । নাট্যকাৰ তথা পৰিচালক ঋতু প্ৰিয়ম ।অভিনয় শিল্পী সকল ক্রমে ঋতু প্ৰিয়ম,ৰিম্পী বৰা,তনয়া বৰুৱা,ইংতিৰাজ গগৈ,অৰ্পণ জ্যোতি দাস,সুতীৰ্থ মাধৱ দত্ত,অমৰজিৎ দাস,শশাংক চেতিয়া।

লগতে পঢ়কঃ নলবাৰীৰ এখন গাঁৱত আৰ্চেনিক যুক্ত পানী খাই প্ৰাণ গৈছে বহু জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.