ETV Bharat / state

শিৱসাগৰত ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশন সম্পন্ন - শিৱসাগৰ

ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

শিৱসাগৰত ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশন সম্পন্ন
author img

By

Published : Sep 4, 2019, 8:59 PM IST

শিৱসাগৰ,4ছেপ্টেম্বৰঃ সাম্প্ৰতিক কালৰ আৰ্থসামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । মঙলবাৰে ঐক্য সেনাৰ শিৱসাগৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাৰ অন্তত বুধবাৰে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই মুকলি সভা আৰু বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।

শিৱসাগৰত ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশন সম্পন্ন

সাম্প্ৰতিক কালৰ আৰ্থসামাজিক প্ৰেক্ষাপটত জাতীয়তাবাদ আৰু সামাজিক প্ৰেক্ষাপটত নৱ-প্ৰজন্মৰ বুনিয়াদ শীৰ্ষক দুই বিষয়ৰ আলোচনা চক্ৰত মুখ্য বক্তাৰূপে উপস্থিত থাকে ক্ৰমে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্ত আৰু গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেশ চেতিয়া । দুগৰাকী শিক্ষাবীদে জাতীয়তাবাদৰ ক্ৰমঃবিকাশ আৰু নৱপ্ৰজন্মৰ সলনি হ'ব ধৰা স্বৰূপ-চৰিত্ৰ সম্পৰ্কত বিশেষ বক্তব্য প্ৰদান কৰে ।

Intro:Body:*ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশনৰ লগতে বক্তৃতা অনুষ্ঠান সম্পন্ন*
Story-AYKO_SENA
Ananta Smith
Sivasagar
04th September

A_SVR_04TH_SEP_810-812_AYKO_SENA_7203499

সাম্প্ৰতিক কালৰ আৰ্থসামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰি অহা ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ঐতিহাসিক শিৱসাগৰত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত।মঙ্গলবাৰে ঐক্য সেনাৰ শিৱসাগৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাৰ অন্তত বুধবাৰে পূৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই পৰিমল বৰা আৰু সংগীবৃন্দই পৰিবেশন কৰা গুৰুজনাৰ এটি বৰগীতেৰে মুকলি সভা আৰু বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।

Bite1-বিষয়ববীয়া

সাম্প্ৰতিক কালৰ আৰ্থসামাজিক প্ৰেক্ষাপটত জাতীয়তাবাদ আৰু সামাজিক প্ৰেক্ষাপটত নৱ-প্ৰজন্মৰ বুনিয়াদ শীৰ্ষক দুই বিষয়ৰ আলোচনাচক্ৰত মুখ্য বক্তাৰূপে উপস্থিত থাকে ক্ৰমে শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত আৰু গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেশ চেতিয়া।দুয়ো গৰাকী শিক্ষাবীদে জাতীয়তাবাদৰ ক্ৰমবিকাশ আৰু নৱপ্ৰজন্মৰ সলনি হব ধৰা স্বৰূপ-চৰিত্ৰ সম্পৰ্কত বিশেষ বক্তব্য প্ৰদান কৰে।
সন্ধিয়া অনুষ্ঠিত হ'ব লগা বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক সন্ধ্যাৰে অনুষ্ঠানৰ সামৰণি পৰিব ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.