ETV Bharat / state

জাপানীজ এনকেফেলাইটিছত টিহুত মৃত্যু এজনৰ - টিহু

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ টিহু মহকুমাৰ নান্নাট্টাৰী গাঁৱৰ নিৱাসী এগৰাকী সৰলা কলিতা নামৰ ৭০ বছৰীয়া মহিলা মৃত্যুমুখত পৰে ৷ ৩০ জুনত জ্বৰত আক্ৰান্ত হৈছিল বৃদ্ধাগৰাকী ৷ পিচত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

জাপানীজ এনচেফেলাইটিছত টিহুত মৃত্যু এজনৰ
author img

By

Published : Jul 14, 2019, 6:17 PM IST

নলবাৰী, 14 জুলাইঃ ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো পোহৰলৈ আহিছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ ঘটনা ৷

জাপানীজ এনচেফেলাইটিছত টিহুত মৃত্যু এজনৰ

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ টিহু মহকুমাৰ নান্নাট্টাৰী গাঁৱৰ নিৱাসী এগৰাকী সৰলা কলিতা নামৰ ৭০ বছৰীয়া মহিলা মৃত্যুমুখত পৰে ৷ ৩০ জুনত জ্বৰত আক্ৰান্ত হৈছিল বৃদ্ধাগৰাকী ৷ পিচত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল । শনিবাৰে চিকিৎসালয়ৰ পৰা বাসগৃহলৈ অনাৰ পাচত মহিলাগৰাকীৰ দেওবাৰে মৃত্যু হয় ৷

Intro:নলবাৰীত জাপানীজ এনচেফেলাইটিছত এজনৰ মৃত্যু।Body:জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত টিহু মহকুমাৰ নান্নাট্টাৰী গাঁৱৰ সৰলা কলিতা  নামৰ  ৭০ বছৰীয়া মহিলা এগৰাকীৰ দেওবাৰে দিনৰ ১১.৫০ বজাত নিজ ঘৰত মৃত্যু হয় । ৩০ জুনত জ্বৰত আক্ৰান্ত হোৱা এই মহিলা গৰাকী গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল । শনিবাৰে চিকিৎসালয়ৰ পৰা
নান্নাট্টাৰীৰ ঘৰলৈ অনা মহিলা গৰাকীৰ দেওবাৰে মৃত্যু হয় ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.