ETV Bharat / state

নলবাৰীত প্ৰধানমন্ত্ৰীৰ 7 বছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উদযাপন

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অতিক্ৰম কৰিলে 7 টা বছৰ ৷ সেই উদ্দেশ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৰ্ষপূৰ্তি উদযাপন কৰে বিজেপি নেতা-কৰ্মীসকলে ৷ কেন্দ্ৰীয় চৰকাৰৰ 7 বছৰৰ সফলতাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলতো বিজেপিৰ নেতা-কৰ্মীসকলে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বিতৰণ কৰে মাস্ক, ছেনিটাইজাৰ ।

author img

By

Published : May 30, 2021, 10:31 PM IST

bjp-workers-celebrated-pm-modis-second-anniversary-of-the-second-term
নলবাৰীত প্ৰধানমন্ত্ৰীৰ 7 বছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উদযাপন

নলবাৰী, 30 মে’: দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ কৰিলে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষ ৷ অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অতিক্ৰম কৰিলে 7 টা বছৰ ৷

সেই উদ্দেশ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৰ্ষপূৰ্তি উদযাপন কৰে বিজেপি নেতা-কৰ্মীসকলে ৷ কেন্দ্ৰীয় চৰকাৰৰ 7 বছৰৰ সফলতাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলতো বিজেপিৰ নেতা-কৰ্মীসকলে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বিতৰণ কৰে মাস্ক, ছেনিটাইজাৰ ।

উল্লেখ্য যে, ৩নং খাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পইলা, কৈৰাৰা, সন্ধা, পাইকাৰকুছি, আহিনপুৰ, ভুনুকুছিত বিজেপিৰ কাৰ্যকৰ্তা সকলে মাস্ক বিতৰণ ,ছেনিটাইজেশ্যন আদি কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপি কৰ্মী সকলে । দেওবাৰৰ এই কাৰ্যসূচীত কৃষাণ মৰ্চাৰ নেতা ধনেশ্বৰ ডেকা, ৩ নং খাটা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য হিৰণ্য বৰ্মণকে ধৰি বিভিন্ন জন নেতা কৰ্মী উপস্থিত থাকি বৰ্ষপূৰ্তি উদযাপন কৰে ।

লগতে পঢ়ক: ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ 7 বছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.