- টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ
- অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে
- চাকৰি নিয়মীয়া কৰণৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ
- চাকৰি নিয়মীয়াকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে কৰ্মচাৰী সকলে
টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ - টিহু
টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ ৷ চাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মচাৰীয়ে
চাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ
- টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ
- অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে
- চাকৰি নিয়মীয়া কৰণৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ
- চাকৰি নিয়মীয়াকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে কৰ্মচাৰী সকলে
Intro:# টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত প্ৰতিবাদ # অচল কামকাজ # Body: টিহু বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত মঙ্গল বাৰে অস্থায়ী কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে । বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ অস্থায়ী কৰ্মচাৰী সকলে অ-সহযোগ আন্দোলন কৰে কাৰ্যালয় টোত । অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ । এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত অচল হৈ পৰে কাৰ্যালয় টোৰ কাম-কাজ । পৰবৰ্তী সময়তো অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে কৰ্মচাৰী সকলে । উল্লেখ্য যে পাঁচ বছৰৰো অধিক সময় টিহুত ২২ গৰাকী কৰ্মচাৰীয়ে অস্থায়ী ভাৱে কাম কৰি আছে যদিও আজিলৈকে চাকৰি নিয়মীয়া কৰণ নহ'ল । এই সকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণ নকৰিলে অহা ৯ আগষ্টৰ পিছত কৰ্মচাৰী সকলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
বাইট : প্ৰতিবাদ কাৰীConclusion:কৈলাস ডেকা, নলবাৰী।
বাইট : প্ৰতিবাদ কাৰীConclusion:কৈলাস ডেকা, নলবাৰী।