ধিং , 15 নৱেম্বৰঃ আশ্বৰ্যজনকভাৱে মৃত্যক সাৱটি ল'লে ধিঙৰ কিৰিমিৰি গাঁৱৰ দুই ভগ্নীয়ে ৷ ঘটনাৰ বিৱৰণী মতে, গাঁওখনৰ নিজা বাসগৃহত ছুফিয়া খাতুন নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷ মৃত্যুৰ খবৰ লাভ কৰি বটদ্ৰৱা নিবাসী মহিলাগৰাকীৰ ভগ্নী ৰহিমা খাতুনে মৃত্যুৰ খবৰ ল'বলৈ আহে ৷ কিন্তু ভগ্নীৰ মৃতদেহ দেখি শোকত ভাগি পৰা ৰহিমা খাতুনে বায়েকৰ মৃতদেহৰ ওচৰতে ঢলি পৰে আৰু অনাকাংক্ষিতভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় ৷ একেটা দিনতে দুই ভগ্নীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷
একেলগে মৃত্যুক সাৱটিলে দুই ভগ্নীয়ে - একেলগে মৃত্যুক সাবটিলে দুই ভগ্নীয়ে
জ্যেষ্ঠ ভগ্নীৰ মৃত্যুৰ শোকত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ'ল কনিষ্ঠ ভগ্নীৰ ৷ দুই ভগ্নীৰ মৃত্যুত শোকস্তব্ধ ধিঙৰ কিৰিমিৰি গাঁওবাসী ৷

দুই ভগ্নীৰ মৃত্যুত শোকস্তব্ধ ধিঙৰ কিৰিমিৰি গাঁওবাসী
ধিং , 15 নৱেম্বৰঃ আশ্বৰ্যজনকভাৱে মৃত্যক সাৱটি ল'লে ধিঙৰ কিৰিমিৰি গাঁৱৰ দুই ভগ্নীয়ে ৷ ঘটনাৰ বিৱৰণী মতে, গাঁওখনৰ নিজা বাসগৃহত ছুফিয়া খাতুন নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷ মৃত্যুৰ খবৰ লাভ কৰি বটদ্ৰৱা নিবাসী মহিলাগৰাকীৰ ভগ্নী ৰহিমা খাতুনে মৃত্যুৰ খবৰ ল'বলৈ আহে ৷ কিন্তু ভগ্নীৰ মৃতদেহ দেখি শোকত ভাগি পৰা ৰহিমা খাতুনে বায়েকৰ মৃতদেহৰ ওচৰতে ঢলি পৰে আৰু অনাকাংক্ষিতভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় ৷ একেটা দিনতে দুই ভগ্নীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷
Intro:Breaking Body:ধিঙত বায়েকৰ মৃত্যুৰ খবৰ লবলৈ আহি ভনীয়েকৰ মৃত্যু। ধিং সমষ্টিৰ কিৰিমিৰি গাঁৱৰ ছুফিয়া খাতুন নামৰ মহিলা গৰাকীৰ নিজ বাসগৃহত মৃত্যু হয়। মহিলা গৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি ভগ্নী বটদ্ৰৱাৰ আমলখিৰ ৰহিমা খাতুনে খবৰ লৱলৈ আহি বায়েকৰ মৃতদেহৰ ওচৰত ঢলি পৰে। ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও বায়েকৰ মৃত্যুৰ শোকত হৃদ ক্ৰিয়া বন্ধ হৈ ভনীয়েকৰ মৃত্যু হয়।একেদিনাই দুগৰাকী ভগ্নীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
Last Updated : Nov 16, 2019, 5:11 AM IST