ETV Bharat / state

কলিয়াবৰত পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Oct 6, 2019, 3:22 PM IST

কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু এজনৰ ৷ শনিবাৰে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷

কলিয়াবৰত পথ দুৰ্ঘটনা, নিহত 1
  • কলিয়াবৰত পথ দুৰ্ঘটনা
  • কলিয়াবৰৰ সোণাৰি গাঁৱত নিশা প্ৰায় 1.30 বজাত সংঘটিত হয় পথ দুৰ্ঘটনাটো
  • চাইকেলেৰে নিজ গৃহলৈ আহি থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই শৰৎ হাজৰিকাক
  • এই দুৰ্ঘটনাত মৃত্যুমুখত পৰে শৰৎ হাজৰিকা ওৰফে শুভ নামৰ 57 বছৰীয়া লোকজন
  • দুৰ্গা পূজাৰ মাজতেই লোকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

Intro:কলিয়াবৰত অচিনাক্ত বিহনৰ খুন্দাত এজনৰ মৃত‍্যু

নিশা প্ৰায় ১:৩০ বজাত সঙ্ঘটিত হয় দুৰ্ঘটনাটোBody:কলিয়াবৰৰ সোণাৰি গাঁৱত শণিবাৰে নিশা দুৰ্ঘটনাত এগৰাকী ব‍্যক্তিৰ মৃত‍্যু হয়। নিশা প্ৰায় ১:৩০ বজাত চাইকেলেৰে সোণাৰি গাঁৱৰ নিজ গৃহলৈ আহি থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যোৱাৰ ফলতেই শৰৎ হাজৰিকা ওৰফে শুভ নামৰ ৫৭ বছৰীয়া ব‍্যক্তিজনৰ মৃত‍্যু হয়। সোণাৰি গাঁৱৰ সৰবৰহী ব‍্যক্তি গৰাকীৰ মৃত‍্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।Conclusion:photo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.