ETV Bharat / state

নগাঁৱত অস্ত্ৰ সহ গঁড় চিকাৰী আটক

author img

By

Published : Oct 29, 2019, 1:40 PM IST

সোমবাৰে সন্ধিয়া নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ৰূপহীহাটৰ গুণাবাৰীৰ পৰা আটক কৰে ধৃত গঁড় চিকাৰী আবু হাচিমক । লগতে চিকাৰীটোৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে চাইলেঞ্চাৰ, সাত জাই সজীৱ গুলী উদ্ধাৰ কৰে ৷

উদ্ধাৰ হোৱা থ্ৰী নট থ্ৰী ৰাইফল

নগাঁও, 29 অক্টোবৰঃ নগাঁও আৰক্ষীৰ তৎপৰতাত আটক 1 টা গঁড় চিকাৰী ৷ গঁড় চিকাৰী চক্ৰই গঁড় নিধনৰ পৰিকল্পনা কৰাৰ সময়তে আৰক্ষীয়ে 1 টা কুখ্যাত গঁড় চিকাৰীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় মাৰণাস্ত্ৰ । সোমবাৰে সন্ধিয়া নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ৰূপহীহাটৰ গুণাবাৰীৰ পৰা আটক কৰে ধৃত গঁড় চিকাৰী আবু হাচিমক । লগতে চিকাৰীটোৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে চাইলেঞ্চাৰ, সাত জাই সজীৱ গুলী উদ্ধাৰ কৰে ৷

নগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ গঁড় চিকাৰী

দীৰ্ঘদিনৰ পৰাই ঠিকনা সলনি কৰি আত্মগোপন কৰি থকা কুখ্যাত গঁড় চিকাৰী আবু হাচিম পূৰ্বেও দুটাকৈ গঁড় চিকাৰত জড়িত বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। কাজিৰঙাত গঁড় চিকাৰৰ বাবে পৰিকল্পনা কৰা আবুল হাচিম জালত পৰাৰ পিছত আৰক্ষীয়ে লাভ কৰিছে পৰিকল্পনাত জড়িত চক্ৰটোৰ সমগ্ৰ তথ্য। ইপিনে নগাঁও আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা বুলি সদৰী কৰে নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।

লগতে চাওক- নগাঁৱৰ তুলসীমুখত নিশা দুই ফৈদৰ মাজত তুমূল সংঘৰ্ষ

Intro:নগাওঁ আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰিল অসম গৌৰৱ এশিঙীয়া গঁড়। আৰক্ষীৰ জালত অস্ত্ৰসহ কুখ্যাত গঁড় চিকাৰী।

Body:নগাওঁ আৰক্ষীৰ তৎপৰতাত এইবাৰ ৰক্ষা পৰিল অসম গৌৰৱ এশিঙীয়া গঁড়। এটা গঁড় চিকাৰী চক্ৰই গঁড় নিধনৰ পৰিকল্পনা কৰাৰ সময়তে আৰক্ষীয়ে এটা কুখ্যাত গঁড় চিকাৰীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় অস্ত্ৰ। সোমবাৰে সন্ধিয়া নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ৰূপহীহাটৰ গুণাবাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয় গঁড় চিকাৰী আবু হাচিমক। লগতে গঁড় হত্যা কৰিবলৈ পৰিকল্পনা এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে চাইলেঞ্চৰ সাত জাই সজীৱ গুলীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। দীৰ্ঘদিনৰ পৰাই ঠিকনা সলনি কৰি আত্মগোপন কৰি থকা কুখ্যাত গঁড় চিকাৰী আবু হাচিম পূৰ্বেও দুটাকৈ গঁড় চিকাৰত জড়িত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। কাজিৰঙাত গঁড় চিকাৰৰ বাবে পৰিকল্পনা কৰা আবুল হাচিম জালত পৰাৰ পিছত আৰক্ষীয়ে লাভ কৰিছে পৰিকল্পনাত জড়িত চক্ৰটোৰ সমগ্ৰ তথ্য। নগাওঁ আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা বুলি সদৰী কৰে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে।
bite, sp
---------------------------------------------------/-------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.