ETV Bharat / state

নগাঁৱত উৎখাত নথি পত্ৰ জালিয়াতি কৰা এটা চক্ৰ

author img

By

Published : Sep 3, 2022, 10:22 AM IST

আৰক্ষীৰ জালত ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড যোগান ধৰা এটা চক্ৰ (Gang of forged documents arrested in Nagaon) ৷ নগাঁৱৰ ডুমডুমীয়াত দীৰ্ঘদিনৰে পৰা চলি আছিল পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ নথিৰ জালিয়াতি কৰা এক ৰমৰমীয়া ব্যৱসায় ৷ অৱশেষত ডুমডুমীয়াৰ পৰা আটক এই বেহাৰ লগত জড়িত দুই অপৰাধী ৷

Nagaon Police arrested Police arrested a gang selling fake documents
আৰক্ষীৰ জালত ভুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বিক্ৰী কৰা চক্ৰ
  • আৰক্ষীৰ জালত ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড যোগান ধৰা চক্ৰ (Gang of forged documents arrested in Nagaon)
  • দীৰ্ঘদিনৰে পৰা চলাই আছিল পেন, আধাৰ, ভোটাৰ কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ নথিৰ জালিয়াতি কৰা এক ৰমৰমীয়া ব্যৱসায়
  • অৱশেষত ডুমডুমীয়াৰ পৰা আটক এই বেহাৰ লগত জড়িত দুই অপৰাধী
  • ধৃত অপৰাধী দুটা হৈছে মুস্তফা আহমেদ আৰু নুৰজামাল গাজী
  • চক্ৰটোৰ পৰা জব্দ কৰা হৈছে বহুসংখ্যক ভুৱা কাৰ্ড, আবেদন পত্ৰ আৰু মোবাইল হেণ্ডচেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.