ETV Bharat / state

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - মুখ্য বন সম্পালক অনুৰাগ সিঙ

শনিবাৰে কলিয়াবৰৰ চিকনীস্থিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় ৷ 2009 চনত প্ৰতিষ্ঠা হোৱা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্য বন সম্পালক অনুৰাগ সিঙে ৷

Foundation Day Of 2nd Assam Forest Security Force at Kaliab
দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Feb 27, 2021, 5:41 PM IST

কলিয়াবৰ,27ফেব্ৰুৱাৰী : শনিবাৰে কলিয়াবৰৰ চিকনীস্থিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় ৷ 2009 চনত প্ৰতিষ্ঠা হোৱা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্য বন সম্পালক অনুৰাগ সিঙে ৷

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথি অনুৰাগ সিঙে ৷ আনহাতে, এই অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱকুমাৰ আৰু দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অধিনায়ক মুকুল শইকীয়া ৷ তদুপৰি দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ বেণ্ডে এক সুৰীয়া অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

লগতে পঢ়কঃ সমদলত বাধা দিয়াৰ বাবে প্ৰশাসনিক বিষয়াৰে বাকযুদ্ধ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.