ETV Bharat / state

নগাঁৱৰ নাগৰিক সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নগাওঁ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া নগাঁৱৰ এক নাগৰিক সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷

author img

By

Published : Apr 12, 2019, 11:48 PM IST

নগাঁৱত নাগৰিক সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নগাঁও, 12 এপ্ৰিলঃ শুকুৰবাৰে নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি নগাওঁ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া নগাঁৱৰ এক নাগৰিক সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জনপ্ৰিয় অভিনেতা তথা অসম চলচিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰা, জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা, নগাওঁ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি নগাঁৱৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

নগাঁৱত নাগৰিক সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

লগতে পাঁচ শতাধিক নাগৰিকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত উপস্থিত থকা এগৰাকী অতিথি ৰঞ্জিত তামুলি ফুকনে নগাঁও বিমান বন্দৰ, ইঞ্জিনীয়াৰিং কলেজৰ লগতে নগাঁও চিকিৎসালয়ত আই চি ইউৰ অতি দৰকাৰ বুলি মুখ্যমন্ত্ৰী আগত দাঙি ধৰে । ইয়াৰোপৰি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। লগতে নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাৰ জয় নিশ্চিত বুলি উল্লেখ কৰি শৰ্মাক প্ৰশংসাৰে উপচায় পেলাই ৷

Intro:নগাঁৱত নাগৰিক সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নাগৰিক সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী।

Body:শুক্ৰবাৰে নগাওঁ, মৰিগাঁৱত কেবাখনো সভাত অংশগ্ৰহণ কৰি নগাওঁ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া নগাঁৱত এক নাগৰিক সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। জনপ্ৰিয় অভিনেতা তথা অসম চলচিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰা, জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা, নগাওঁ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি নগাঁৱৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে পাঁচ শতাধিক নাগৰিকে অংশগ্ৰহণ কৰা অনুষ্ঠানত এগৰাকী বিশিষ্ট ব্যক্তিয়ে নগাওঁ চিকিৎসালয়ত আই চি ইউ ৰ লগতে কেবাটাও দাবী উত্থাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধান মন্ত্ৰী norendr মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। লগতে নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাৰ জয় নিশ্চিত বুলি উল্লেখ কৰি ৰূপক শৰ্মাৰ প্ৰশংসা কৰে।
bite,
------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.