ETV Bharat / state

সমজিতা ইয়াছমিনৰ হৈ প্ৰচাৰ জেৰিফা ৱাহিদৰ

author img

By

Published : Mar 21, 2021, 10:45 PM IST

দেওবাৰে 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ সমজিতা ইয়াছমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে দলটোৰ নেত্ৰী অভিনেত্ৰী জেৰিফা ৱাহিদ ৷

zerifa wahid
জেৰিফা ৱাহিদ

মৰিগাঁও,21 মাৰ্চ: 81 নং লাহৰীঘাট বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ সমজিতা ইয়াছমিনৰ হৈ দেওবাৰে হেলিকপ্তাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ নেত্ৰী তথা অভিনেত্ৰী জেৰিফা ৱাহিদে ।

জেৰিফা ৱাহিদ

পোন প্ৰথমবাৰৰ বাবে নৱগঠিত আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদৰ নেতাই লাহৰীঘাটৰ বান বিধ্বস্ত ভূৰাগাঁও খেলপথাৰত হেলিকপ্তাৰেৰে আহি নিৰ্বাচনী চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে ।

অৱশ্যে, সভাত বহু পলমকৈ উপস্থিত হয় জেৰিফা ৷ আগদিনা নিশা দহ বজাত নিমন্ত্ৰণ পোৱা বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ চৰকাৰ হোৱাটো অলীক কল্পনা: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.