ETV Bharat / state

চলন্ত ট্ৰাকে মহতিয়াই নিলে ছাত্ৰক

চলন্ত ট্ৰাকে মহতিয়াই নিলে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক । থিতাতে নিহত ছফিৰুদ্দিন আহমেদ নামৰ ছাত্ৰজন । ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ আহি থাকোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

author img

By

Published : Jun 15, 2019, 4:40 PM IST

JAGIROAD

জাগীৰোড,15 জুন:জাগীৰোডৰ ঘূনুচাহাবিত চলন্ত ট্ৰাকে মহতীয়াই নিলে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক । থিতাতে নিহত ছফিৰুদ্দিন আহমেদ নামৰ ছাত্ৰজন । ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ আহি থাকোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ছফিৰুদ্দিন । AS 01 LC0551ৰ ট্ৰাকখনে সংঘটিত কৰে এই দুৰ্ঘটনাটো ।

চলন্ত ট্ৰাকে মহতীয়াই নিলে ছাত্ৰক

Intro:জাগীৰোডৰ ঘূনুচাহাবিত দুৰ্ঘটনা ।Body:জাগীৰোডৰ ঘূনুচাহাবিত দুৰ্ঘটনা । চলন্ত ট্ৰাকে মহতীয়াই নিলে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰ । থিতাতে নিহত ছফিৰুদ্দিন আহমেদ নামৰ ছাত্ৰজন । ঘৰৰ পৰা পুৱা স্কুললৈ আহি আছিল ছাত্ৰজন । শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ছফিৰুদ্দিন । AS 01 LC 0551 নম্বৰৰ ট্ৰাকখনে সংঘটিত কৰে এই দুৰ্ঘটনাটো । ঘটনাকলৈ অঞ্চলটোত উত্তেজনা ।

Conclusion:ট্ৰাকে মহতীয়াই নিলে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.