জাগীৰোড, 15 জুলাইঃ বানে কাঢ়িছে প্ৰাণ ৷ জাগীৰোডৰ মনহা হাতীউঠাত বানত ডুবি এজন যুৱকৰ মৃত্যু ৷ ঋতু ইংতি নামৰ যুৱকজনে নাৱেৰে ঘাঁহ কাটিবলৈ যাওঁতে নাওৰ পৰা পৰি এই অঘটন সংঘটিত হয় ৷ 25 বছৰীয়া যুৱকজনক আধা ঘণ্টামান পাছত স্থানীয় লোকে উদ্ধাৰ কৰি ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও যুৱকজনৰ মৃত্যু ঘটে ৷
জাগীৰোডত বানত ডুবি এজনৰ মৃত্যু - মৃত্যু
ঋতু ইংতি নামৰ যুৱকজনে নাৱেৰে ঘাঁহ কাটিবলৈ যাওঁতে নাওৰ পৰা পৰি এই অঘটন সংঘটিত হয় ৷ 25 বছৰীয়া যুৱকজনক আধা ঘণ্টামান পাছত স্থানীয় লোকে উদ্ধাৰ কৰি ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও যুৱকজনৰ মৃত্যু ঘটে ৷
জাগীৰোডত বানত ডুবি এজনৰ মৃত্যু
জাগীৰোড, 15 জুলাইঃ বানে কাঢ়িছে প্ৰাণ ৷ জাগীৰোডৰ মনহা হাতীউঠাত বানত ডুবি এজন যুৱকৰ মৃত্যু ৷ ঋতু ইংতি নামৰ যুৱকজনে নাৱেৰে ঘাঁহ কাটিবলৈ যাওঁতে নাওৰ পৰা পৰি এই অঘটন সংঘটিত হয় ৷ 25 বছৰীয়া যুৱকজনক আধা ঘণ্টামান পাছত স্থানীয় লোকে উদ্ধাৰ কৰি ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও যুৱকজনৰ মৃত্যু ঘটে ৷
Intro:বানত ডুবি এজনৰ মৃত্যু এজনৰBody:জাগীৰোড সমষ্টিৰ মনহা হাতীউঠাত বানত ডুবি এজনৰ মৃত্যু । ঋতু ইংতি ( ২৫ )নামৰ যুৱক জনে নাৱেৰে ঘাঁহ কাটিবলৈ যাওতে এই অঘটন ঘটে । যুৱক জনে ঘাহ কাটি থকাৰ সময়তে অকস্মাত নাৱৰ পৰা পৰি যায়। স্থানীয় লোকে প্ৰায় অাধা ঘণ্টা পাছত যুৱক জনক উদ্ধাৰ কৰি ঝাৰগাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈঅানে যদিও যদিও যুৱকজনৰ মৃত্যু হয়।Conclusion:ঋতু ইংতি নামৰ যুৱক জনে নাৱেৰে ঘাঁহ কাটিবলৈ যাওতে এই অঘটন ঘটে ।