মৰিগাঁও,22 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে এন আৰ চি কেন্দ্ৰ সমূহত ৷ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো যুদ্ধকালীন তৎপতাৰে অব্যাহত আছে এন আৰ চি পৰীক্ষণৰ কাম কাজ ৷ প্ৰচণ্ড গৰমকো নেওঁচি নিশা প্ৰায় বাৰ বজালৈকে এখন শুদ্ধ এন আৰ চিৰ স্বাৰ্থত প্ৰক্ৰিয়াটোৰ লগত জড়িত সকলো কৰ্মচাৰী ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ এতিয়া মাথো সকলোৰে অপেক্ষা 31 আগষ্টলৈ ৷
উৎকণ্ঠা বাঢ়িছে ৰাজ্যবাসীৰঃ অপেক্ষা 31 আগষ্টলৈ - মৰিগাঁও
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে এন আৰ চি কেন্দ্ৰ সমূহত, মৰিগাঁও জিলাত নিশা বাৰ বজালৈকে অব্যাহত এন আৰ চি পৰীক্ষণৰ কাম কাজ
মৰিগাঁও জিলাত নিশা বাৰ বজালৈকে অব্যাহত এন আৰ চি পৰীক্ষণৰ কাম কাজ
মৰিগাঁও,22 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে এন আৰ চি কেন্দ্ৰ সমূহত ৷ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো যুদ্ধকালীন তৎপতাৰে অব্যাহত আছে এন আৰ চি পৰীক্ষণৰ কাম কাজ ৷ প্ৰচণ্ড গৰমকো নেওঁচি নিশা প্ৰায় বাৰ বজালৈকে এখন শুদ্ধ এন আৰ চিৰ স্বাৰ্থত প্ৰক্ৰিয়াটোৰ লগত জড়িত সকলো কৰ্মচাৰী ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ এতিয়া মাথো সকলোৰে অপেক্ষা 31 আগষ্টলৈ ৷
Intro:মাজত মাথো ন টা দিন। ন দিনৰ পাছতে প্ৰকাশ পাব অসমীয়া জাতিৰ সুৰক্ষা কবচ স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। সেয়ে এন আৰ চিৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী ৰাতিক দিন কৰি ব্যস্ত হৈ পৰিছে মৰিগাঁৱত।
Body:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। অসম আন্দোলনৰ ফচল এই এন আৰ চি।৮৫৫ শ্বহীদৰ ত্যাগৰ বিনিময়ত আসমীয়াই লাভ কৰা এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামকাজত ২০১৫ চনৰ পৰা নায়োজিত হৈ আহিছে ৰাজ্যৰ বিভিন্ন বৰ্গৰ বিষয়া কৰ্মচাৰী। শেহতীয়াকৈ মাননীয় উচ্চতম ন্যায়ালয়ে আগন্তুক ৩১ আগষ্টত চূড়ান্ত খচৰা প্ৰকাশৰ দিন বাৰ ঘোষণা কৰাৰ পাছত ভাত পানী দিনে নিশাই ব্যস্ত হৈছে পৰীক্ষণত। এইয়া মৰিগাঁৱৰ কলা বিথীকা,আবৰ্ত্ত ভৱন,গ্ৰামোন্নয়নৰ কাৰ্যালয়ৰ দৃশ্য। দিনৰ দহ বজাৰ পৰা নিশা দহ বজালৈ এই কাৰ্যলয় সমূহত যুদ্ধ কিলীন তকৎপৰতাৰে অব্যাহত ৰাখিছে কামকাজ। ৰদ বৰষণ,গৰম ঠাণ্ডা হিচাপ নাই মাথো পৰীক্ষা কৰিব লাগে নিখুঁত কৈ। সেয়ে কেতিয়াবা কেতিয়াবা এঘাৰ বাৰ বজালৈ এন আৰ চি কামত নিয়োজিত হৈছে কৰ্মচাৰী সকল।
byte: offcer-1,2,3
হয়,মুঠতে প্ৰতিগৰাকী বিষয়া বৰ্গ ই অতি নিষ্ঠা সহকাৰে ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য ৰূপে এনেই ২০১৫ চনৰ ফৰা ২০১৯ চনলৈ জাতিটোৰ বাবে সেৱা আগবঢ়ায় গৈছে।ইটিভি তৰফৰ পৰা সকলো এন আৰ চি বিষয় কৰ্মচাৰী লৈ জনাইছো ধন্যবাদ।
Conclusion:ratul deka.etv.bharat.