ETV Bharat / state

মৰিগাঁৱত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ

মৰিগাঁৱত জ্বলিল মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি বিৰ্তকৰ শীৰ্ষত থকা বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি । শনিবাৰে হিন্দু জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিৰ্তকিত মন্তব্যৰে শংকৰদেৱ কলাক্ষেত্ৰ মিঞা মিউজিয়াম স্থাপন কৰাৰ বাবে দাবী তথা যুক্তি প্ৰদৰ্শন কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হৈছে হিন্দু জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতি।

morigaon-protest
মৰিগাঁৱত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ
author img

By

Published : Oct 31, 2020, 10:19 PM IST

মৰিগাঁও, 31 অক্টোবৰ : মৰিগাঁৱত জ্বলিল মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি বিৰ্তকৰ শীৰ্ষত থকা বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি । শনিবাৰে হিন্দু জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিৰ্তকিত মন্তব্যৰে শংকৰদেৱ কলাক্ষেত্ৰ মিঞা মিউজিয়াম স্থাপন কৰাৰ বাবে দাবী তথা যুক্তি প্ৰদৰ্শন কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হৈছে হিন্দু জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতি। ইয়াৰ অংশ প্ৰথমে হাতে হাতে বেনাৰ পোষ্টাৰ প্লেকাৰ্ড আদি লৈ বিভিন্ন শ্লগান দি পৰিৱেশ উত্তালৰে চহৰৰ মাজমজিয়াত জ্বলালে বিধায়ক গৰাকীৰ প্ৰতিকৃতি । শনিবাৰে এই প্ৰতিবাদী কাৰ্যসূচী নেতৃত্ব দিয়ে মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক উৎপল কুমাৰ নাথে।

morigaon-protest
মৰিগাঁৱত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ

লগতে পঢ়ক: মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্যে মৰিগাঁৱত আপৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.