ETV Bharat / state

ব’হাগৰ আবতৰীয়া বানত বুৰ গ'ল বড়ো ধান

author img

By

Published : May 7, 2019, 8:48 PM IST

মৰিগাঁও অঞ্চলক বিধংসী ফেণীয়ে কোবাই গৈছে ৷ চৰম অনিশ্চয়তাত ভোগা কৃষকসকলে আধা পকা অৱস্থাতেই ধান কাটিবলৈ বাধ্য হৈছে ৷

বহাগৰ আবতৰীয়া বানত বুৰ গ'ল বড়ো ধান

মৰিগাঁও, 7 মে': মৰিগাঁৱত কালৰূপী ফেণীৰ কু - প্ৰভাৱৰ ফলত বিভিন্ন অঞ্চলত হেঁপাহৰ ধানখিনি পানীৰ তলত বুৰ গৈছে ৷ ইয়াৰ ফলত এতিয়া আধা পকা অৱস্থাতেই ধান দাবলৈ বাধ্য হৈছে মৰিগাঁওবাসী ৷ অতি কষ্টৰে খেতি কৰা এই চহা কৃষকসকল এতিয়া অনিশ্চয়তাৰ গৰাহত পৰিছে ৷

বহাগৰ আবতৰীয়া বানত বুৰ গ'ল বড়ো ধান

মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত মৰাকলৰ বৰোতলীত প্ৰতিবিঘাই বিশ - পঁচিশ মোন ধান উৎপাদন হোৱা আইজং ধানো সম্প্ৰতি বানৰ কৱলত ।

Intro: বহাগৰ আবতৰীয়া বানত বুৰগল বিঘাই বিঘাই বৰোধান।মৰিগাঁৱত কালৰূপী ফণিৰ কুপ্ৰভাৱ। মৰিগাঁৱৰ বিভিন্ন অঞ্চলত কেচাই পকাই কাটিছে হেপাঁহৰ সোণগুটি। এই সন্দৰ্ভত মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ এক বিশেষ প্ৰতিবেদন।

Body:মৰিগাঁৱত বিধংসী ফণিৰ বলি হৈছে চহা কৃষক। বিঘাই বিঘাই বৰোধান আবতৰীয়া বানৰ তলত।কোনোৱে যদি এবুকু, আনকোনোৱে আধাপকা ধান দাবলৈ বাধ্য হৈছে মৰিগঁঞা বৰোধানৰ খেতিয়ক।1st.Ptc
অতি কষ্টৰে ধাৰে ঋণে কৰা মৰিগাঁৱৰ বৰোধান ফণিৰ প্ৰভাৱত। জিলাখনৰ বিভিন্ন অঞ্চলত এনেদৰেই পানীৰ তলত আছে বিঘাই বিঘাই হেপাঁহৰ সোণগুটি বৰোধান।চহা কৃষকৰ জীৱন জীৱিকাৰ একমাত্ৰ আশাৰ থলী বৰোধান ফণিৰ ফলত অহা বহাগৰ বানৰ কৱলত পৰাত আধা পকা ধানকে কাটিছে দাৱনী য়ে।byte: Dawani,
mid PTC.
হয়।এইয়া মৰিগাঁও জিলা কৃষি বিভাগৰ আন্তৰ্গত মৰাকলৰ বৰোতলীৰ দৃশ্য।প্ৰতিবিঘাই বিশ পচিশ মোন ধান উৎপাদন হোৱা আইজং ধান সম্প্ৰতি বানৰ কৱলত।byte:farmer.
ending PTC.

Conclusion:ratuldeka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.