ETV Bharat / state

মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

author img

By

Published : Sep 30, 2020, 8:25 AM IST

মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক ৷ ৰিয়াজ উদ্দিন নামৰ লোকজনে জাগীৰোডৰ এখন ফামাৰ্চীত দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল ৷

Fake doctor arrest at Jagiroad
মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

মৰিগাঁও, 30 ছেপ্তেম্বৰঃ জাগীৰোডত আটক ভুৱা চিকিৎসক ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ৰিয়াজ উদ্দিন নামৰ লোকজনে জাগীৰোডৰ এখন ফামাৰ্চীত দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে 330/2020/ u/s 419/420/406/471 IPCত ৰিয়াজ উদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মৰিগাঁও জিলা আদালতলত উপস্থিত কৰায় ৷

লগতে পঢ়ক-ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উঠিল বুলড'জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.