ETV Bharat / state

বিতৰ্কত পবিতৰাঃ বনবিভাগৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ - ভূমি বেদখল বন বিভাগ

বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাক লৈ বিৰ্তক । কি এই বিৰ্তক এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

বনবিভাগৰ বিৰুদ্ধে পবিতৰাৰ ভূমি বেদখলৰ অভিযোগ
author img

By

Published : Apr 28, 2019, 10:20 PM IST

পবিতৰা ,28 এপ্ৰিল: পবিতৰা অভয়াৰণ্য সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ নাগৰিকে বেদখল কৰা বুলি সততে উত্থাপিত অভিযোগৰ বিপৰীতে এইবাৰ স্বয়ং পবিতৰা অভয়াৰণ্যৰ বিৰুদ্ধে ব্যক্তিগত মাটি বেদখলৰ অভিযোগ ৷

মৰিগাঁও বাছনাঘাটৰ নৰেন্দ্ৰ নাথৰ বিস্ফোৰক অভিযোগ । পবিতৰা বনাঞ্চলিক বিভাগে মায়ং মৌজাৰ মায়ং কিচামতৰ 308 নং পট্টাৰ 774 দাগৰ 4/1/12 বিঘা ব্যক্তিগত মাটি দীৰ্ঘ বছৰ ধৰি বেদখল কৰি আছে ৰাজ্যৰ বিয়াগোম বনবিভাগে ৷ পৰিয়ালটোৱে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক মিনতি কৰি আহিছে যদিও ফলধৰা নাই । মনকৰিবলগীয়া কথা যে, সংশ্লিষ্ট চক্ৰ বিষয়াৰ এক প্ৰতিবেদনটো এই কথা স্পষ্ট কৰিছে ।

বনবিভাগৰ বিৰুদ্ধে পবিতৰাৰ ভূমি বেদখলৰ অভিযোগ

ইফালে অভিযোগকাৰীৰ মতে গুৱাহাটী বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ বৰমূৰীয়া তথা পবিতৰা বনাঞ্চলিক বিভাগে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তথা যথোচিত মূল্য দিলে এই ভূমি এৰি দিব বনবিভাগক । যদি তাকে নকৰে আইনৰ আশ্ৰয় ল’ব ভূমি গৰাকী নৰেন নাথে ৷ উল্লেখ্য যে, মৰিগাঁও বাছনাঘাটৰ নৰেন চন্দ্ৰ নাথৰ পৰা অগ্ৰীম খাজনা লৈ থকা ৰাজহ বিভাগে বেদখলৰ সন্দৰ্ভত উত্থাপিত অভিযোগত কাৰ পক্ষ লয় । মনকৰিবলগীয়া বিষয় এয়ে যে বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ৰম্যভূমিক কেনেদৰে বিৰ্তক মুক্ত কৰিব পাৰিব এইটো কোটিটকীয়া প্ৰশ্ন ।

Slug-a-mrg-28th april-Pabitora Land Cotroversy-808-vis-byte-ratul deka

Anchorintr:  বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাক লৈ  সৃষ্টি  হৈছে এক বিৰ্তক। কি এই বিৰ্তক এই সন্দৰ্ভত etv bharat assam ৰ এক এক্সক্লুচিভ ৰিপোৰ্ট ।

VO:পবিতৰা অভয়াৰণ্য সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ নাগৰিকে বেদখল কৰা  বুলি সততে উত্থাপিত অভিযোগ বিপৰীতে  এইবাৰ স্বয়ং পবিতৰা অভয়াৰণ্যৰ বিৰুদ্ধে  ব্যক্তিগত মাটি বেদখলৰ  এক্সপোজ কৰিছে মৰিগাঁও এজন লোকে। এতিয়া  মন কৰক  এইজন নৰেন চন্দ্ৰ নাথলৈ।শেহতীয়াকৈ  মৰিগাঁও বাছনাঘাটৰ এই নৰেন্দ্ৰ নাথৰ বিস্ফোৰক  অভিযোগ । পবিতৰা বনাঞ্চলিক বিভাগে মায়ং মৌজাৰ মায়ং কিচামতৰ ৩০৮ নং পট্ৰাৰ ৭৭৪ দাগৰ ৪/১/১২বিঘা ব্যক্তিগতমাটি ৰাজ্যৰ ব্যাগোম বনবিভাগে দীৰ্ঘ বছৰ ধৰি বেদখল কৰি আছে। পৰিয়াল টোৱে এই সন্দৰ্ভত সংশ্লিষ্ট কতৃপৰ্ক্ষক মিনতি কৰি আহিছে যদিও  ফলধৰা নাই।মনকৰিবলগীয়া কথা যে এয়ে  যে সংশ্লিষ্ট চক্ৰবিষয়াৰ এক প্ৰতিবেদনটো এই কথা স্পষ্ট কৰিছে।byte: 1/owner of land
    VO2:  ইফালে অভিযোগকাৰীৰ মতে গুৱাহাটী বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ  বৰমূৰীয়া  তথা পবিতৰা বনাঞ্চলিক বিভাগে  আন্তৰিকতাৰে  সহযোগিতা আগবঢ়ালে তথা যথোচিত মূল্যত এৰি দিব বনবিভাগক।যদি তাকে নকৰে  আইনৰ আশ্ৰয়  লব ভূমি গৰাকী নৰেন  নাথে।byte:2/
            VO3 :ঠিকেই শুনিছে আপুনি ।এতিয়া মন কৰিবলগীয়া দিশটো হৈছে মৰিগাঁও বাছনাঘাটৰ  নৰেন চন্দ্ৰ  নাথৰ পৰা অগ্ৰীম খাজনা লৈ থকা ৰাজহ বিভাগে  বেদখলৰ সন্দৰ্ভত উত্থাপিত অভিযোগত কাৰ পক্ষ লয়।
       CVO: মনকৰিবলগীয়া বিষয় এয়ে যে  বিশ্ব ভিতৰতে এশিঙীয়া গঁড় ৰম্যভূমি কেনে দৰে বিৰ্তক মুক্ত কৰিব পাৰি এইটো কোটিটকীয়া প্ৰশ্ন ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.