ETV Bharat / state

ককায়েকৰ হাতত প্ৰাণ গ'ল দহ বছৰীয়া শিশুৰ

author img

By

Published : Apr 27, 2019, 2:23 PM IST

মৰিগাঁৱৰ ময়নগুৰিত সংঘটিত হয় এই ঘটনা ৷ শনিবাৰে পুৱা দহ বছৰীয়া ছাত্ৰগৰাকী বিদ্যালয়লৈ যাবলৈ অমান্তি হোৱাত জ্যেষ্ঠ ভাতৃগৰাকীয়ে গালি-গালাজ কৰিবলৈ লয় ৷ কিন্তু তাৰ পাচতো বিদ্যালয়লৈ যাবলৈ সাজু নোহোৱাত খঙতে ভায়েকৰ গালৈ কাঠৰ টুকুৰা দলিয়ায় ৷

মৰিগাঁৱত ভাতৃয়ে ল'লে ভাতৃৰ প্ৰাণ

মৰিগাঁও, 27 এপ্ৰিল : মৰিগাঁৱত জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে ৷ কিশোৰ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱায় দহ বছৰীয়া কনিষ্ঠ ভাতৃয়ে ৷

মৰিগাঁৱত ভাতৃয়ে ল'লে ভাতৃৰ প্ৰাণ

মৰিগাঁৱৰ ময়নগুৰিত সংঘটিত হয় এই ঘটনা ৷ শনিবাৰে পুৱা দহ বছৰীয়া ছাত্ৰগৰাকী বিদ্যালয়লৈ যাবলৈ অমান্তি হোৱাত জ্যেষ্ঠ ভাতৃগৰাকীয়ে গালি-গালাজ কৰিবলৈ লয় ৷ কিন্তু তাৰ পাচতো বিদ্যালয়লৈ যাবলৈ সাজু নোহোৱাত খঙতে ভায়েকৰ গালৈ কাঠৰ টুকুৰা দলিয়ায় ৷ কাঠৰ টুকুৰা আহি শিশুটিৰ ডিঙিত পৰাত গুৰুতৰভাৱে আহত হয় ৷ তৎক্ষণাত শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ঘটনাস্থলীত বৰ্তমানে আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত৷

Slug-as-mrg-27th april- murder-808-vis-byte-ratul deka

Anchorintr : মৰিগাঁৱত জ্যেষ্ঠ ভাতৃৰ হাতত কনিষ্ঠ ভাতৃ ৰ প্ৰাণহানি। মৰিগাঁৱৰ ময়েণগুৰিত শোকৰছাঁ ৷

VO : মৰিগাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ কিশোৰ জেষ্ঠ ভাতৃ অজামিল কোঁৱৰে হত্যা কৰিলে দহ বছৰীয়া কনিষ্ঠ ভাতৃ কুশল কোঁৱৰক ৷ মৰিগাঁৱৰ ময়নগুৰিত সংঘটিত হৈছে এই ঘটনা ৷ শনিবাৰে পুৱা অজিমলে ভাতৃ কুশলে বিদ্যালয়লৈ  নোযোৱা বাবে প্ৰথমে গালি গালাজ কৰি পাছত কাঠ খৰিৰে মাৰি দিয়াত গুৰতৰভাৱে আহত হোৱাতা  চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃতবুলি গোষণা কৰে  দূৰ্ভগীয়া কুশলক। ৷ বৰ্তমান পলাতক হত্যাকাৰী জেষ্ঠ ভাতৃ অজামিল কোঁৱৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ সামান্য কথাতে সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ শোকৰ ছাঁ পৰিছে অঞ্চলতোত ৷
Shot :
Byte:neighbour 

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.