ETV Bharat / state

বুলেট চলাই ৰূপক শৰ্মাৰ প্ৰচাৰ অভিযান

বৃহস্পতিবাৰে মৰিগাঁৱত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে প্ৰতিদ্বন্দী প্ৰদ্যৎ বৰদলৈক কটু সমালোচনা ৰূপক শৰ্মাৰ

author img

By

Published : Mar 28, 2019, 9:44 PM IST

দুই বিধায়কে বুলেট চলাই নিৰ্বাচনী চমক

মৰিগাঁও, 28 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কঁকালত টঙালি বান্ধি মৰিগাঁৱত উপস্থিত হল দহ নং লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা । নিৰ্বাচনী কাৰ্যালয় উদ্বোধনেৰে আকৌ এবাৰ মোদী চৰকাৰৰ পোষকতা । মৰিগাঁৱত দুই বিধায়কে বুলেট চলাই নিৰ্বাচনী চমক আগবঢ়ায় । বৃহস্পতিবাৰে এনেদৰেই মৰিগাঁৱৰ চহৰত ৰূপক শৰ্মাইএটা নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয় মুকলি কৰি সমৰ্থকক লৈ বুলেট চলাই আহিল মৰিগাঁও বিহুতলীলৈ । বিহুতলীত অগপ, জাতীয় ঐক্য মঞ্চ তথা দলীয় সমৰ্থকৰ আদৰণি গ্ৰহণ কৰি আকৌ এবাৰ মোডী চৰকাৰ শ্লগান দিলে ৰূপক শৰ্মায়ে । বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে দহ নং নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁৱত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎবৰদলৈক কটুসমালোচনা কৰি ভোটভিক্ষা কৰে মৰিগাঁও বাসীক ।

দুই বিধায়কে বুলেট চলাই নিৰ্বাচনী চমক

বৃহস্পতিবাৰৰ এই নিৰ্বাচনী প্ৰচাৰ সভাতে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মৰিগাঁৱৰবিধায়ক ৰমাকান্ত দেউৰীয়ে কংগ্ৰেছ দলক সমালোচনাৰে ৰূপক শৰ্মাক বিপুল ভোটতজয়ী কৰাবলৈ আহবান জনায় ৰাইজক ।

Intro:দ্বিতীয় পয্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ককালত টঙালি বান্ধি মৰিগাঁৱত উপস্থিত হল দহ নং লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা। নিৰ্বাচনী কায্যালয় উদ্ধোধন ৰে আকৌ এবাৰ মোদী চৰকাৰৰ পোষকতা।

Body:মৰিগাঁৱত দুই বিধায়ক বুলেট চলাই নিৰ্বাচনী চমক। হয় কব বিচাৰিছো নগাঁও মৰিগাঁও সমষ্টিৰ শাসকীয় বিধায়ক দ্বয়ৰ বিষয়ে। বৃহস্পতিবাৰে এনেদৰেই মৰিগাঁৱৰ চহৰত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যলয় মুকলি কৰি সমৰ্থকক লৈ বুলেট চলাই আহিল মৰিগাঁও বিহুতলীলৈ। বিহুতলীত অগপ, জাতীয় ঐক্য মঞ্চৰ তথা দলীয় সমৰ্থকৰ আদৰণি গ্ৰহণ কৰি দিলে আকৌ এবাৰ মোডী চৰকাৰ শ্লগান। মনকৰিবলগীয়া যে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে দহ নং নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁৱত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক কটু ভাৰে সমালোচনা কৰে ভোটভিক্ষা মাগে মৰিগাঁও বাসীক।
বৃহস্পতি বাৰৰ এই নিৰ্বাচনী প্ৰচাৰ সভাতে বিজেপি প্ৰাৰ্থী ৰুপক শৰ্মাৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাই মৰিগাঁৱ বিধায়ক ৰমাকান্ত দেউৰী কংগ্ৰেছ দলক সমালোচনাৰে ৰূপক শৰ্মাক বিপুল ভোটতত জয়ী কৰাবলৈ আহবান।byte:Rupak Drama (1)
byte: Ramakanta dewri (2)

Conclusion:ratul deka, etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.